• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে ‘সংসদ যাত্ৰা’ কৰিব অসম আন্দোলন সংগ্ৰামী মঞ্চই

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 2, 2018 4:23 pm
Asom Andolan Sangrami Mancha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰবল প্ৰতিবাদ চলি থকাৰ মাজতে অসম আন্দোলন সংগ্ৰামী মঞ্চই আজি বিধেয়কখনৰ বিৰুদ্ধে দুটা নতুন কাৰ্যসূচী ঘোষণা কৰিছে।

মহানগৰীৰ হোটেল ৰাজধানী ৰিজেঞ্চীত এক সংবাদমেল সম্বোধন কৰি অসম আন্দোলন সংগ্ৰামী মঞ্চৰ মুখ্য উপদেষ্টা, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু মুখ্য আহ্বায়ক, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে জনায় যে জুলাই মাহত হ’বলগীয়া সংসদৰ গ্ৰীষ্মকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যাতে বিভিন্ন ৰাজনৈতিক দলে শক্তিশালী ভূমিকা গ্ৰহণ কৰে তাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ সাংসদসকলক সাক্ষাৎ কৰি মঞ্চই অনুৰোধ জনাব।

Apply Now

সেই উদ্দেশ্যে অসম আন্দোলন সংগ্ৰামী মঞ্চৰ এটা সঁজাতি দলে নতুন দিল্লীত বিভিন্ন ৰাজনৈতিক দলৰ সাংসদসকলক সাক্ষাৎ কৰিবলৈ ‘সংসদ যাত্ৰা’ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

মঞ্চই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখা বিভিন্ন জাতীয় দল-সংগঠনকো এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আহ্বান জনায়।

ইযাৰ উপৰিও অহা ৮ জুনত অসম আন্দোলন সংগ্ৰামী মঞ্চই বিধেয়কখনৰ বিৰোধীতাৰে দেশৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মন্ত্ৰী, সাংসদ আৰু প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পানবজাৰস্থিত গুৱাহাটী প্ৰধান ডাকঘৰৰ পৰা ডাকযোগে স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলি সংবাদমেলত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ১৯৭৯ চনৰ ৮ জুনত সদৌ অসম ছাত্ৰ সন্থাই ‘গণ অনশন’ কাৰ্যসূচীৰে অসম আন্দোলন আৰম্ভ কৰিছিল আৰু এই দিনটোৰ ঐতিহাসিক তাৎপৰ্য ৰক্ষা কৰিয়ে অসম আন্দোলন সংগ্ৰামী মঞ্চই এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এটা চক্ৰই নাগৰিক্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ বিষয়টো অন্যফালে ঢাল খুওৱাৰ চেষ্টা কৰি থকা বুলি মন্তব্য কৰি কয়, ‘এই আন্দোলন বাংলা বিদ্বেষী বা হিন্দু বিদ্বেষী নহয়, এই আন্দোলন কেৱল ন্যায় পাবৰ কাৰণে কৰা আন্দোলন’।

আনহাতে, শুকুৰবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেটৰ বৈঠকত অসম গণ পৰিষদৰ তিনিগৰাকী মন্ত্ৰীৰ স্থিতি সন্দৰ্ভত মহন্তই মন্তব্য কৰাৰ পৰা বিৰত থাকে যদিও এইক্ষেত্ৰত তেওঁ কয়, ‘আমি যেতিয়ালৈ আছো অসম গণ পৰিষদৰ ক্ষতি হ’ব পৰা বা অসমৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কাম হ’বলৈ নিদিওঁ।’

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd