• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ নাম সলনি কৰি পুনৰ বিবাদৰ সৃষ্টি কৰিছে চীনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2025 3:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ নাম সলনি কৰি পুনৰ উত্তেজনা সৃষ্টিৰ চেষ্টা কৰিছে। চীনে তৃতীয় বছৰৰ বাবে এনে প্ৰৰোচনামূলক কাৰ্য্য চলাইছে, যিটো ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া সংঘাতৰ পৰিপ্ৰেক্ষিতত অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন চিণ্ডুৰৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা তুংগত উঠিছে। চীনে অৰুণাচল প্ৰদেশক ‘জাংনান’ বুলি দাবী কৰি অহিছে।

ভাৰতে চীনৰ এই পদক্ষেপক অসাৰ আৰু অৰ্থহীন বুলি নাকচ কৰি অৰুণাচল প্ৰদেশক ভাৰতৰ অবিচ্ছেদ্য অংশ বুলি পুনৰ দৃঢ়তাৰে উত্তৰ দিছে। বিগত বছৰত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই বিষয়ত চীনৰ দাবীক তীব্ৰভাৱে সমালোচনা কৰি কৈছিল, “যদি আপোনাৰ ঘৰৰ নাম সলনি কৰো, তেন্তে ই মোৰ হ’বনে?” চীনৰ এই নাম সলনিৰ প্ৰচেষ্টাৰ কোনো ব্যৱহাৰিক প্ৰভাৱ নাই বুলি মত প্ৰকাশ কৰিছে। ইয়াৰ দ্বাৰা চীনে কেৱল প্ৰতীকীভাৱে নিজৰ দাবী প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰে।

Apply Now

চীনে দাবী কৰিছে যে এই নাম সলনিৰ প্ৰক্ৰিয়া ভৌগোলিক নামৰ প্ৰামাণিকৰণৰ অংশ। কিন্তু নিজৰ ভূখণ্ডৰ বাহিৰৰ অঞ্চলত এনে কাৰ্যৰ কোনো বৈধতা নাই। চীনে  নিজৰ দাবী জোৰদাৰ কৰিবলৈ, ভাৰতৰ উচ্চপদস্থ নেতাসকলে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিলে বেইজিঙে প্ৰতিবাদ জনায়। ইয়াৰ উপৰিও অৰুণাচলৰ ক্ৰীড়াবিদসকলৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণৰ ক্ষেত্ৰতো চীনে প্ৰশ্ন উত্থাপন কৰে।

চীনে শেহতীয়াকৈ জিনজিয়াং উইঘুৰ স্বায়ত্তশাসিত অঞ্চলৰ হোটান প্ৰিফেকচাৰত দুখন নতুন কাউন্টি স্থাপনৰ ঘোষণা কৰিছে, যাৰ কিছু অংশ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ আকছাই চিন অঞ্চলত পৰে।

উল্লেখ্য যে ভাৰত আৰু চীনৰ মাজত বিবাদিত ভূখণ্ডৰ বিষয়ত বিশেষ প্ৰতিনিধিৰ মাজত আলোচনাৰ প্ৰক্ৰিয়া কিছু বছৰৰ বাবে স্থগিত হৈ আছে। এনে আলোচনাৰ উদ্দেশ্য হৈছে দুয়োখন দেশে স্বেচ্ছাচাৰী কাৰ্য্যৰ পৰা বিৰত থকা। কিন্তু চীনে এই আগ্ৰাসী নীতি অব্যাহত ৰাখিছে, যাৰ প্ৰভাৱ ইয়াৰ অন্যান্য চুবুৰীয়া দেশসমূহেও অনুভৱ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd