• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰিব নোৱাৰিব হাৰ্ভাৰ্ডে; ট্ৰাম্প প্ৰশাসনৰ নতুন পদক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2025 8:35 am
102
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিদেশী ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ অনুমতি বাতিল কৰাৰ লগতে বৰ্তমানৰ বিদেশী ছাত্ৰ-ছাত্ৰীক অন্য শিক্ষানুষ্ঠানলৈ স্থানান্তৰ কৰাও বন্ধ কৰাৰ নিৰ্দেশ দিছে।

ইয়াৰ বাহিৰেও আন মহাবিদ্যালয়সমূহৰ বিৰুদ্ধেও একেধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিয়া হৈছে।

হোমলেণ্ড ছিকিউৰিটি ডিপাৰ্টমেন্টে এক বিবৃতিত কয় যে সচিব ক্ৰীষ্টি ন’মে ২০২৫-২০২৬ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হোৱা হাৰ্ভাৰ্ডৰ ষ্টুডেণ্ট এণ্ড এক্সচেঞ্জ ভিজিটৰ প্ৰগ্ৰেম (এছইভিপি)ৰ প্ৰমাণপত্ৰ বাতিল কৰাৰ নিৰ্দেশ দিছে।

নোৱেমে হাৰ্ভাৰ্ডক সন্ত্ৰাসবাদ, ইহুদী বিদ্বেষ আৰু চীনৰ কমিউনিষ্ট পাৰ্টিৰ সৈতে সমন্বয়ৰ অভিযোগ উত্থাপন কৰিছে। হাৰ্ভাৰ্ডে এই সিদ্ধান্তক “অবৈধ আৰু প্ৰতিশোধমূলক” বুলি অভিহিত কৰি হাজাৰ হাজাৰ ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

এই সিদ্ধান্তই হাৰ্ভাৰ্ডৰ বিৰুদ্ধে চলি থকা ট্ৰাম্প প্ৰশাসনৰ অভিযানত এক নতুন মাত্ৰা যোগ কৰিছে। মেছাচুচেটছৰ কেম্ব্ৰিজত অৱস্থিত এই আইভী লীগ বিশ্ববিদ্যালয়খন ট্ৰাম্পৰ অন্যতম মূল লক্ষ্য হৈ পৰিছে। হাৰ্ভাৰ্ডে একাংশ বিদেশী ভিছাধাৰী ছাত্ৰ-ছাত্ৰীৰ তথ্য দিবলৈ অস্বীকাৰ কৰাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই সিদ্ধান্তই হাৰ্ভাৰ্ডত অধ্যয়ন কৰা হাজাৰ হাজাৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীক প্ৰভাৱিত কৰিব পাৰে। বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি যোৱা শিক্ষাবৰ্ষত তাত ৬৭০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল, যিটো মুঠ ছাত্ৰ সংখ্যাৰ ২৭ শতাংশ।

বৃহস্পতিবাৰে সমগ্ৰ কেম্পাছত এই খবৰ দ্ৰুতগতিত বিয়পি পৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভয় আৰু হতাশাৰ সৃষ্টি হয়, যাৰ ভৱিষ্যত হঠাতে অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত স্থাপন হ’ব সুৰাৰ বিপনীঃ ‘আলমা মেটাৰ’ক লৈ মুঠেই চিন্তিত নহয় হিমন্ত বিশ্ব!

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত স্থাপন হ’ব সুৰাৰ বিপনীঃ ‘আলমা মেটাৰ’ক লৈ মুঠেই চিন্তিত নহয় হিমন্ত বিশ্ব!

আইফোন আৰু ইউৰোপীয় ইউনিয়নৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব : ভাবুকি ট্ৰাম্পৰ

আইফোন আৰু ইউৰোপীয় ইউনিয়নৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব : ভাবুকি ট্ৰাম্পৰ

জেললৈ যোৱা বিজেপি নেতাই হেৰুৱালে বিধানসভাৰ আসন : ২০ বছৰ পুৰণি গোচৰত দোষী সাব্যস্ত হ’ল  বিজেপিৰ বিধায়ক

জেললৈ যোৱা বিজেপি নেতাই হেৰুৱালে বিধানসভাৰ আসন : ২০ বছৰ পুৰণি গোচৰত দোষী সাব্যস্ত হ’ল  বিজেপিৰ বিধায়ক

উত্তৰ-পূৰ্বাঞ্চলত ৭৫ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা ৰিলায়েন্সৰ

উত্তৰ-পূৰ্বাঞ্চলত ৭৫ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা ৰিলায়েন্সৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd