• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্প দংশনত ৪৭ জনৰ ২৮০ বাৰ মৃত্যু! বিজেপি শাসিত মধ্যপ্ৰদেশত বিয়াগোম দুৰ্নীতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2025 3:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ ছিউনী জিলাত ২৮০ বাৰকৈ ৪৭ জন লোকক মৃত ঘোষণা কৰাৰ এক অদ্ভুত ঘটনা ঘটিছে। তেওঁলোকৰ প্ৰত্যেককে প্ৰাকৃতিক দুৰ্যোগ সাহায্য পুঁজিৰ পৰা চাৰি লাখ টকা অনুদান প্ৰদান কৰা হৈছে। ফলত মুঠ খৰচ হয় ১১.২৬ কোটি টকা। ৰাজ্যৰ ৰাজহ আৰু হিচাপ বিভাগৰ তদন্তৰ অন্তত শেহতীয়াকৈ পোহৰলৈ আহিছে এই ভয়ংকৰ দুৰ্নীতিৰ তথ্য।

ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে । সেই গোচৰত ৩৭জন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে এই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ডকে ধৰি ২১জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

সৰ্প দংশনত মৃত্যু হোৱা দ্বাৰকা বাই নামৰ এগৰাকী মহিলাক ২৯ বাৰ মৃত ঘোষণা কৰা হয়। প্ৰতিবাৰেই তেওঁৰ নামত চাৰি লাখ টকা অনুদান দিয়া হৈছে। ইয়াৰ বাবে মুঠ ১.১৬ কোটি টকা ব্যয় কৰা হৈছিল।

শ্ৰী ৰাম নামৰ ব্যক্তিজনৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছে। শ্ৰী ৰামক ২৮ বাৰ মৃত ঘোষণা কৰা হৈছে। এই ক্ষেত্ৰতো প্ৰতিবাৰেই তেওঁৰ নামত চাৰি লাখ টকা মঞ্জুৰ কৰা হৈছে।

এই আত্মসাৎ কাণ্ড সংঘটিত হৈছিল ২০১৯-২০২২ চনত। ২০২২ চনৰ নৱেম্বৰ মাহত ৰাজহ বিভাগৰ অডিটৰ সময়ত এই দুৰ্নীতিৰ সন্ধান ওলায়।

ট্ৰেজাৰি আৰু একাউণ্ট বিভাগৰ তদন্তকাৰী বিষয়া ৰোহিত সিং কৌশলে কয় যে, “সৰ্প দংশন বা পানীত ডুব যোৱাৰ ফলত মৃত্যু হোৱা লোকৰ আত্মীয়ক সাহায্য দিয়া হয়। তদন্তৰ অন্তত ১১.২৬ কোটি টকা আত্মসাৎ কৰি ৪৭ জন লোকৰ একাউণ্টলৈ প্ৰেৰণ কৰা বুলি আমি গম পাইছো।”

তেওঁ লগতে কয়, “যিসকল লোকৰ নামত ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি ধন অনুমোদন কৰা হৈছিল, তেওঁলোক প্ৰকৃততে মৃত নে জীয়াই আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই, কিয়নো বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হোৱা নাই। আমি তদন্তৰ প্ৰতিবেদন চৰকাৰ আৰু ছিউনি কালেক্টৰলৈ প্ৰেৰণ কৰিছো।”

তদন্তৰ সময়ত কেওলাৰীৰ তহচিল কার্যালয়ৰ কেৰাণী শচীন দহায়াতক ধন আত্মসাৎ কৰাৰ দোষী সাব্যস্ত কৰা হয়৷ খবৰ অনুসৰি তেওঁ ২৮০ জন লোকৰ নামত অনুমোদিত ধন সংগ্ৰহ কৰি নিজৰ আত্মীয় আৰু চিনাকি মানুহৰ বেংক একাউণ্টত জমা কৰি সৰ্প দংশন, পানীত ডুবি মৃত্যু আৰু বজ্ৰপাতৰ ফলত মৃত্যু হোৱা দেখুৱাইছিল।

তদন্তৰ প্ৰতিবেদনত ২০১৯ চনৰ পৰা ২০২২ চনলৈ কেওলাৰীত নিযুক্তি পোৱা এছডিএম অমিত সিং বামৰলিয়া আৰু চাৰিজন তহচিলদাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে।

ছিউনীৰ জিলা দণ্ডাধীশ সাংস্কৃতিক জৈনে কয় যে, “২০১৯ৰ পৰা ২০২২ চনৰ ভিতৰত কেওলাৰী তহচিলৰ কেৰাণী শচীন দহায়াতে বহু RBC64 গোচৰত অন্য একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিছিল। এইটো ১১.২৬ কোটি টকাৰ কেলেংকাৰী বুলি জানিব পৰা গৈছে, যিটোৰ যথাযথ তদন্ত কৰা হৈছে। বিত্ত বিভাগে তদন্তৰ প্ৰতিবেদন দাখিল কৰিছে।”

শচীনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। এই গোচৰত এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা ২১ জন লোকৰ ভিতৰত তেওঁৰ নামো আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd