• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তাজমহল উৰুৱাই দিয়াৰ ভাবুকি! কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2025 5:06 pm
52
VIEWS
Share on FacebookShare on Twitter


বিশ্বৰ সপ্তম আশ্চৰ্য তাজমহলত পুনৰ বোমাৰ আতংক! শেহতীয়াকৈ এজন অচিনাক্ত ব্যক্তি দ্বাৰা প্ৰেৰণ কৰা ইমেইলত তাজমহল উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰাৰ পাছত মুমতাজ মহলত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, শনিবাৰে পুৱা লাভ কৰা এই ইমেইলত স্পষ্টকৈ তাজমহল উৰুৱাই দিয়াৰ কথা উল্লেখ আছিল। ইমেইলটো কেৰালাৰ পৰা “সাবুক শংকৰ” নামৰ ব্যক্তিৰ নামত প্ৰেৰণ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। ইমেইল পোৱাৰ লগে লগে তাজমহল চৌহদত উচ্চ সতর্কতা জাৰি কৰা হয়।

উল্লেখযোগ্য যে, পৰ্যটকসকলক তৎক্ষণাৎ স্থান খালী কৰিবলৈ নিৰ্দেশ দিয়া হয়। ৩ ঘণ্টালৈকৈ তাজমহল চৌহদত তালাচী অভিযান চলোৱা হয় যদিও কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই।

আগ্ৰাৰ উপ আৰক্ষী আয়ুক্ত সোমন কুমাৰে এই সন্দর্ভত মন্তব্য কৰি কয়, “ইমেইল পোৱাৰ পাছত সমগ্ৰ এলাকা খালী কৰি দিয়াৰ লগতে অর্ধসামৰিক বাহিনী মোতায়েন কৰি সম্পূৰ্ণ তালাচী চলোৱা হয়। মেইলটো কেৰালাৰ পৰা আহিছিল বুলি অনুমান কৰা হৈছে। এতিয়া এই ঘটনাৰ তদন্ত চাইবাৰ ক্ৰাইম শাখাক গতাই দিয়া হৈছে।”

বিশ্বৰ সপ্তম আশ্চৰ্য্য হিচাপে খ্যাত তাজমহলত ইয়াৰ পূৰ্বেও বহু বাৰ বোমাৰ ভাবুকি থকা মেইল বা ফোন কল পোৱা গৈছে। অধিকাংশ ক্ষেত্ৰতে সেইবোৰ ভুৱা বুলি প্ৰমাণিত হৈছে।

এইবাৰো আৰক্ষীয়ে অনুমান কৰিছে যে এই ইমেইলটোও আতংক সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে। তথাপিও সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে আৰু সন্দেহজনক যিকোনো গতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখা হৈছে।

Recent News

তাজমহল উৰুৱাই দিয়াৰ ভাবুকি! কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

তাজমহল উৰুৱাই দিয়াৰ ভাবুকি! কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

বিহাৰৰ ৰাজনীতিত তোলপাৰ : পুত্ৰ তেজ প্ৰতাপক দল আৰু নিজৰ পৰিয়ালৰ পৰা বহিষ্কাৰ লালু প্ৰসাদ যাদৱৰ

বিহাৰৰ ৰাজনীতিত তোলপাৰ : পুত্ৰ তেজ প্ৰতাপক দল আৰু নিজৰ পৰিয়ালৰ পৰা বহিষ্কাৰ লালু প্ৰসাদ যাদৱৰ

কেৰালাৰ ১০ কোটি টকাৰ সাহায্য তুৰ্কীলৈ: ‘অপাৰেচন সিন্দূৰ’ৰ পিছত পিনাৰাই চৰকাৰক কটাক্ষ শশী থাৰুৰৰ

কেৰালাৰ ১০ কোটি টকাৰ সাহায্য তুৰ্কীলৈ: ‘অপাৰেচন সিন্দূৰ’ৰ পিছত পিনাৰাই চৰকাৰক কটাক্ষ শশী থাৰুৰৰ

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ কনভয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণ; কোনোমতে প্ৰাণৰক্ষা আছিফা জৰ্দাৰীৰ

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ কনভয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণ; কোনোমতে প্ৰাণৰক্ষা আছিফা জৰ্দাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd