• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম কন্যাৰ সফলতাঃ Britain’s Got Talentৰ ফাইনেলত প্ৰৱেশ কৰিছে কণমানি নৃত্যশিল্পী বিনিতা চেত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2025 8:07 pm
149
VIEWS
Share on FacebookShare on Twitter

অসমৰ গৌৰৱ কাৰ্বি আংলঙৰ ১০ বছৰীয়া বিনিতা চেত্ৰীয়ে ব্ৰিটেইনৰ গট টেলেণ্ট (Britain’s Got Talent) ৰ ফাইনেলত স্থান লাভ কৰিছে। আনন্দ  উল্লাসেৰে পৰিপূৰ্ণ মঞ্চত বিনিতাৰ প্ৰদৰ্শনে বিচাৰক আৰু দৰ্শক উভয়কে আপ্লুত কৰিবলৈ সক্ষম হয়। তেওঁ দিয়া উজ্জ্বল প্ৰদৰ্শনেৰে জয় কৰিছে বিশ্ববাসীৰ হৃদয়।

শ্ব’টোৰ অফিচিয়েল হেণ্ডেলে প্ৰকাশ কৰা ভিডিঅ’ত বিনিতাই কয় এই পৰ্যায়ত উপনিত হৈ তেওঁ অত্যন্ত সুখী। সকলোৰে সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে নৃত্য শিল্পীগৰাকীয়ে।

বিশ্বমঞ্চত তেওঁৰ এই সাফল্যৰ খবৰে সম্প্ৰতি অসম তথা সমগ্ৰ ভাৰতকে গৌৰাম্বিত কৰিছে। বিনিতা চেত্ৰীৰ মূল ঘৰ হৈছে অসমৰ বোকাজানৰ অমৰাজান, আৰু বৰ্তমানত তেওঁ ৰাজস্থানৰ জয়পুৰস্থিত মাই অ’ন স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী।

সৰুৰে পৰাই ইউটিউব ভিডিঅ’ৰ পৰা অনুপ্ৰাণিত হৈ নৃত্য শিকাৰ প্রতি তাইৰ গভীৰ উৎসাহ আছিল বুলি জনাইছে। আনুষ্ঠানিক প্ৰশিক্ষণৰ আগতেই নিজৰ সৃষ্টিশীলতা আৰু প্ৰতিভা বিকাশ কৰিছে নৃত্য শিল্পীগৰাকীয়ে। বিনিতাৰ বাবে Britain’s Got Talent সপোনৰ মঞ্চ। এই বিশ্বমানৰ মঞ্চত স্বপ্ৰতিভাৰে জিলিকি উঠিছে কণমানি নৃত্য শিল্পীগৰাকী।

Recent News

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

দুই শিক্ষকৰ বিৰুদ্ধে নয়ডাত ‘মানসিক হাৰাশাস্তি’ৰ অভিযোগ তুলি চৰম সিদ্ধান্ত ল’লে চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে

দুই শিক্ষকৰ বিৰুদ্ধে নয়ডাত ‘মানসিক হাৰাশাস্তি’ৰ অভিযোগ তুলি চৰম সিদ্ধান্ত ল’লে চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে

আইচিচিৰ নতুন উদ্যোগ! ২০২৮ চনত ৩২টা দলৰ টি-২০ বিশ্বকাপৰ পৰিকল্পনা

আইচিচিৰ নতুন উদ্যোগ! ২০২৮ চনত ৩২টা দলৰ টি-২০ বিশ্বকাপৰ পৰিকল্পনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd