• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত ৰাজ্যপালক স্মাৰক পত্ৰ দিবলৈ যোৱা প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ: আহত ৭ গৰাকী মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2025 9:27 am
93
VIEWS
Share on FacebookShare on Twitter

চৰকাৰী বাছৰ পৰা ‘মণিপুৰ’ৰ নাম আঁতৰোৱাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যপালক স্মাৰক পত্ৰ দাখিল কৰিবলৈ সময়তে আহত হয় ৭ গৰাকী মহিলা। খবৰ অনুসৰি আৰক্ষীৰ বাধাৰ সন্মুখীন হৈ একাংশ লোকে প্ৰতিবাদ আৰম্ভ কৰে। তাৰ পিছতে আৰক্ষীৰ সৈতে সংঘাত হয়। আৰক্ষীৰ দ্বাৰা নিক্ষেপ কৰা কন্দুৱা গেছ আৰু ৰবৰৰ গুলীত কেইবাজনো প্ৰতিবাদকাৰী আহত হোৱাৰ খবৰ পোৱা গৈছে।

জানিব পৰা মতে, যোৱা ২০ মে’ত মণিপুৰৰ চৰকাৰী বাছৰ পৰা ‘মণিপুৰ’ শব্দটো আঁতৰোৱাৰ বিৰোধিতা কৰি মণিপুৰৰ অখণ্ডতা সমন্বয় সমিতিয়ে (COCOMI ) প্ৰতিবাদৰ আহ্বান জনাইছিল।

দেওবাৰে সমিতিৰ সদস্যসকলে ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দাখিল কৰাৰ কথা আছিল। কিন্তু ৰাজভৱন চৌহদত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে বুলি অভিযোগ উঠিছে। তাৰ পিছতে খণ্ডযুদ্ধ আৰম্ভ হয় ।

যোৱা ২০ মে’ৰ পৰাই এই ঘটনা আৰম্ভ হৈছিল। সেইদিনা কেইজনমান সাংবাদিক উদ্বোধনী অনুষ্ঠানলৈ গৈছিল। সকলোৱে এখন চৰকাৰী বাছত সভাস্থলীলৈ গৈ আছিল। হঠাৎ একাংশ নিৰাপত্তাৰক্ষীয়ে সাংবাদিক কঢ়িওৱা বাছখন যোৱাত বাধা দিয়ে। বাছখনৰ পৰা মণিপুৰ নামটো আঁতৰাবলৈ কোৱা হৈছিল।

ইয়াৰ প্ৰতিবাদত দ্য অল মণিপুৰ জাৰ্নেলিষ্ট ইউনিয়ন আৰু এডিটৰ গিল্ড মণিপুৰৰ হৈ ৰাজ্যপাললৈ এখন পত্ৰ প্ৰেৰণ কৰা হয়। ইয়াৰোপৰি চৰকাৰে গঠন কৰিছে দুজনীয়া তদন্ত সমিতিও গঠন কৰিছে। তাৰমাজতে, প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ  আহত হয় ৭ গৰাকী মহিলা প্ৰতিবাদকাৰী।

Recent News

ইণ্ডোনেছিয়াত ৩০০ যাত্ৰী কঢ়িওৱা জাহাজত বিধ্বংসী অগ্নিকাণ্ড, কমেও ৫ জনৰ মৃত্যু

ইণ্ডোনেছিয়াত ৩০০ যাত্ৰী কঢ়িওৱা জাহাজত বিধ্বংসী অগ্নিকাণ্ড, কমেও ৫ জনৰ মৃত্যু

সন্তানৰ সন্মুখত পিতৃক অপমান! জানেনে শিশুৰ মনত কি ভয়ংকৰ প্ৰভাৱ পৰিব পাৰে?

সন্তানৰ সন্মুখত পিতৃক অপমান! জানেনে শিশুৰ মনত কি ভয়ংকৰ প্ৰভাৱ পৰিব পাৰে?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ আহ্বান: সংসদত প্ৰধানমন্ত্ৰীৰ উপস্থিতি আৰু বক্তব্য আগবঢ়োৱা অনিবাৰ্য

ৰাজ্যৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্ত! অৱসৰ প্ৰাপ্ত শিক্ষকেৰে পূৰণ কৰিব অসমৰ চৰকাৰী মডেল ডিগ্ৰী কলেজৰ খালী শিক্ষকৰ পদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd