• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ ‘চিকেন নেক’ কৰিড’ৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য!  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2025 2:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ এক বিতর্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ চৰ্চাত অহাৰ প্ৰয়াস অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশৰ “চিকেন নেক” কৰিড’ৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৰা মন্তব্যই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। বাংলাদেশৰ ভৌগোলিক দুৰ্বলতাক আলক্পাত কৰি আৰু এটা আওপুৰণি ভাবুকি জাৰি কৰি শৰ্মাই স্পৰ্শকাতৰ বৈদেশিক নীতিৰ ক্ষেত্ৰখনত তুলপাৰ লগাইছে। মুখ্যমন্ত্ৰীগৰাকীৰ এনে কাৰ্যই, এজন ৰাজ্যিক নেতাৰ এনে বক্তব্যৰ উপযুক্ততা আৰু ভাৰত-বাংলাদেশৰ সম্পৰ্কত ইয়াৰ প্ৰভাৱৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়া পোষ্টত বাংলাদেশৰ দুটা সংকীৰ্ণ কৰিড’ৰ- ৮০ কিলোমিটাৰ উত্তৰ বাংলাদেশ কৰিড’ৰ আৰু ২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চট্টগং কৰিড’ৰক আঙুলিয়াই দি ভাৰতৰ শিলিগুৰি কৰিডৰতকৈ “বহুত বেছি দুৰ্বল” বুলি অভিহিত কৰিছে। লগতে তেওঁ সকীয়াই দিয়ে যে এই কৰিডৰসমূহত বিঘিনি ঘটিলে বাংলাদেশৰ মূল অঞ্চলসমূহক পৃথক কৰি ৰাখিব পাৰে। তেওঁৰ বক্তব্যৰ উত্তেজক সুৰ আৰু সময়ে বাংলাদেশক ভয় খুৱাবলৈ ইচ্ছাকৃত প্ৰচেষ্টাৰ ইংগিত বহন কৰিছে।

Apply Now

উল্লেখ্য যে ভাৰত আৰু বাংলাদেশৰ মাজত ঐতিহাসিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ ওপৰত নিৰ্মিত এক জটিল সম্পৰ্ক আছে। বিশেষকৈ বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তন আৰু চীন আৰু পাকিস্তানৰ সৈতে ক্ৰমাৎ বৃদ্ধি পোৱা মিত্ৰতাৰ মাজতে শৰ্মাৰ এই মন্তব্যই ভাৰত বিৰোধী আৱেগক ইন্ধন যোগোৱাৰ আশংকা প্ৰকট কৰিছে। তেওঁৰ এই বক্তব্যই উত্তেজনা বৃদ্ধি কৰাৰ লগতে  সহযোগিতা গঢ়ি তোলাৰ বাবে বছৰ বছৰ ধৰি চলি অহা কূটনৈতিক প্ৰচেষ্টাক ক্ষতিগ্ৰস্ত কৰিব পাৰে। বিচ্ছিন্ন কৰিব পাৰে ঢাকাক!

উল্লেখ্য যে বৈদেশিক নীতি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰ ক্ষেত্ৰ, আৰু শৰ্মাৰ মন্তব্যই বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ লগতে ভাৰতৰ সংহত স্থিতি ভেঙুচালি কৰিছে। তেওঁৰ এই বাক্যবাণে ভাৰতৰ “চুবুৰী প্ৰথম” কূটনীতিৰ বিৰোধী, তথা ভাৰতৰ আঞ্চলিক স্থিতি দুৰ্বল কৰি চীনৰ দৰে দেশৰ বাবে আভ্যন্তৰীণ বিসংগতিৰ সংকেত  প্ৰদান কৰিছে।

মুখ্যমন্ত্ৰী হিচাপে শৰ্মাৰ ভূমিকা ৰাজ্য শাসনৰ মাজতে সীমাবদ্ধ। বৈদেশিক নীতিৰ ক্ষেত্ৰত তেওঁৰ এনে কাৰ্যকলাপে সাংবিধানিক কাৰ্যভাৰ অতিক্ৰম কৰি এক বিপজ্জনক নজিৰ গঢ়ি তুলিছে। বিশেষকৈ ছ’চিয়েল মিডিয়াত এনে উত্তেজক মন্তব্যই কূটনৈতিক যোগাযোগৰ বাবে প্ৰয়োজনীয় সূক্ষ্মতাৰ অভাৱ আৰু অপ্ৰয়োজনীয়ভাৱে উত্তেজনা বৃদ্ধি কৰাৰ আশংকা থাকে।

শৰ্মাৰ এই বক্তব্যই ভাৰত-বাংলাদেশৰ সম্পৰ্ক আৰু ভাৰতৰ বৈদেশিক নীতিৰ লক্ষ্য বিপন্ন কৰা এক পদক্ষেপ বুলি ক’ব পাৰি। ভাৰতৰ চুবুৰীৰ প্ৰতি সমন্বিত আৰু ফলপ্ৰসূ দৃষ্টিভংগী নিশ্চিত কৰিবলৈ ৰাজ্যৰ নেতাসকলে সংযম বৰ্তাই ৰাখিব লাগিব।

To those who habitually threaten India on the “Chicken Neck Corridor”, should note these facts as well:

1️⃣ Bangladesh has two of its own “chicken necks”. Both are far more vulnerable

2️⃣ First is the 80 Km North Bangladesh Corridor- from Dakhin Dinajpur to South West Garo… pic.twitter.com/DzV3lUAOhR

— Himanta Biswa Sarma (@himantabiswa) May 25, 2025

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm
বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

June 23, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd