• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ কলেজিয়ামৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2025 10:05 am
263
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পাটনা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়ায়।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিৰ পৰামৰ্শ দিয়াৰ পিছতে উক্ত পদটো খালি হৈ পৰিব। উল্লেখ্য যে বিজয় বিষ্ণয় লগতে আন দুগৰাকী ন্যায়াধীশ ক্ৰমে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি আৰু বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ চন্দুৰকাৰৰ  উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়ায়।

উল্লেখ্য যে ন্যায়াধীশ কুমাৰে পাটনাৰ ছেইণ্ট মাইকেল হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি দিল্লী বিশ্ববিদ্যালয়ৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল চেণ্টাৰৰ পৰা ডিগ্ৰী লাভ কৰি ১৯৯১ চনৰ ৯ জুলাইত পাটনা উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে  কৰ্মজীৱনৰ পাতনি মেলে।

২০১৪ চনৰ ১৫ মে’ত পাটনা উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ পিছত তেওঁক দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি হয়।

২০১৬ চনৰ ২১ এপ্ৰিলত পাটনা উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিশ্চিত হোৱাৰ পিছত ২০১৭ চনৰ ২১ নৱেম্বৰত পুনৰ বদলি হয়। ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা তেওঁ পাটনা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

Tags: Assam newsChiefJusticeAppointmentGauhatiHighCourtHighCourtNewsIndianJudiciaryJudiciaryIndiaJusticeAshutoshKumarJusticeVijayBishnoiLegalUpdatesnortheast newsrecent newsSupremeCourtCollegiumtoday news update

Recent News

পাকিস্তান মানেই সন্ত্ৰাসবাদ! মুকলিকৈ ভাৰত বিৰোধী সভাত পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড

পাকিস্তান মানেই সন্ত্ৰাসবাদ! মুকলিকৈ ভাৰত বিৰোধী সভাত পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড

কলেজিয়ামৰ পৰামৰ্শত অনুমোদন! উচ্চতম ন্যায়ালয়ত ৩ জন ন্যায়াধীশ নিযুক্তি কেন্দ্ৰৰ

কলেজিয়ামৰ পৰামৰ্শত অনুমোদন! উচ্চতম ন্যায়ালয়ত ৩ জন ন্যায়াধীশ নিযুক্তি কেন্দ্ৰৰ

মুখ্যমন্ত্ৰী হিংস্ৰ হৈ পৰিছে, অসম চৰকাৰে ৰাজ্যত হত্যা-হিংসাৰ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে- চিপিআই(এম)

মুখ্যমন্ত্ৰী হিংস্ৰ হৈ পৰিছে, অসম চৰকাৰে ৰাজ্যত হত্যা-হিংসাৰ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে- চিপিআই(এম)

ৰণক্ষেত্ৰত পৰিণত মীৰপুৰ টেষ্ট! বাংলাদেশী বেটাৰৰ হেলমেট লক্ষ্য কৰি ঘুচি দক্ষিণ আফ্ৰিকাৰ স্পীনাৰৰ

ৰণক্ষেত্ৰত পৰিণত মীৰপুৰ টেষ্ট! বাংলাদেশী বেটাৰৰ হেলমেট লক্ষ্য কৰি ঘুচি দক্ষিণ আফ্ৰিকাৰ স্পীনাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd