• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কোটি কোটি টকাৰ গাড়ী আৰু ঘৰ! সংগতিবিহীন সম্পত্তি গোচৰত গ্ৰেপ্তাৰ সুন্দৰী কনিষ্টবল

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
May 27, 2025 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হৈছে পঞ্জাৱ আৰক্ষীৰ এগৰাকী প্ৰাক্তন মহিলা কনিষ্টবল। সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন মহিলা কনিষ্টবল অমনদীপ কৌৰক। একে সময়তে তেওঁৰ সম্পত্তি জব্দ কৰা হৈছে।

এই কনিষ্টবলগৰাকীৰ বিৰুদ্ধে পূৰ্বেও ড্ৰাগছৰ চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে অমনদীপক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। এইবাৰ তেওঁক অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি অমনদীপৰ কেৱল কেইবাখনো বিলাসী গাড়ী আৰু বাইকেই নহয়, ভাটিণ্ডাত তেওঁ ১ কোটি টকাৰে এটা ঘৰো নিৰ্মাণ কৰিছে।

কেৱল সেয়াই নহয়, অমনদীপে ১৯ লাখ টকাত দামী ঘড়ী, মেকআপ কিট আৰু মাটিও ক্ৰয় কৰিছিল। স্বাভাৱিকতে এজন পুলিচ কনিষ্টবলৰ ইমান টকা কেনেকৈ হ’ল, সেই লৈ সন্দেহৰ সৃষ্টি হৈছে৷ সেয়ে ৰাজ্যৰ নিচাবিৰধী ফ’ৰ্চে তেওঁক গ্ৰেপ্তাৰ কৰে।

সূত্ৰৰ পৰা জানিব পৰা মতে অমনদীপৰ মহিন্দ্ৰা কোম্পানীৰ থাৰ, ৰয়েল এনফিল্ড বাইক, দুটা আইফোন, আৰু লাখ লাখ টকাৰ ৰলেক্স ঘড়ী আছে। ইয়াৰ বাহিৰেও অমনদীপৰ বেংক একাউণ্টত ১ লাখতকৈও বেছি টকা আছে। এইগৰাকী প্ৰাক্তন আৰক্ষীৰ পৰা কি কি জব্দ কৰা হৈছিল তাৰো তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, অমনদীপৰ ভটিণ্ডাৰ দুটা প্লটৰ মাটিৰ মালিক৷ এটাৰ মূল্য ৯৯ লাখ, আনটোৰ ১৮ লাখ ১২ হাজাৰ।আৰক্ষী কনিষ্টবল হিচাপে কাম কৰাৰ উপৰিও ছ’চিয়েল মিডিয়াতো তেওঁৰ জনপ্ৰিয়তা আছিল। তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ নাম – Insta Queen। তথ্য অনুসৰি ২০১৮ চনৰ পৰা ২০২৪ চনলৈ অমনদীপৰ মুঠ আয় আছিল ১ কোটিৰ অলপ বেছি। কিন্তু একে সময়তে তেওঁ ১৩ কোটিৰো অধিক খৰচ কৰিছিল! উল্লেখ্য যে যোৱা মাহত নাৰ্কটিকছ বিভাগে তেওঁৰ ঘৰৰ পৰা ১৭ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিছিল।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd