• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমগুৰিত একেলগে ১৫০খন হাতে লিখা আলোচনী উন্মোচন

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
June 3, 2018 9:57 am
facebook_1527925258438
893
VIEWS
Share on FacebookShare on Twitter

আমগুৰি টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সমাজৰ উদ্যোগত আমগুৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় আৰু খণ্ড মিছন সমন্বয়কৰ কাৰ্য্যালয়ৰ সহযোগত শনিবাৰে গৌৰীসাগৰত এক সাহিত্য সাংস্কৃতিক প্ৰতিযোগিতাৰ লগতে মুকলি সভা আৰু বটাঁ বিতৰণী  অনুষ্ঠান অনুস্থিত হয়।

গৌৰীসাগৰ চেন্ট্ৰেল পাব্লিক হলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ পুৱা  স্মৃতি তৰ্পণ কৰে শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সম্পাদক সুৰেশ চন্দ্ৰ বড়াই। ইয়াৰ পিছতে অনুস্থিত হোৱা চিত্ৰাংকণ, ৰচনা আৰু ভেশচন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দাদু বৰাই।

দুপৰীয়ালৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দেৱজ্যোতি গগৈৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানটো ৩৮৪ নং মিটং নামদাং প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়।

সভাখনত  জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা দীপাংকৰ চক্ৰৱতী,আমগুৰি শিক্ষাখণ্ডৰ বিদ্যালয়সমূহৰ  সহ পৰিদৰ্শক ক্ৰমে উদয় ভাস্কৰ শৰ্মা, বব বৰগোহাঁই সৰ্বশিক্ষা মিশ্যনৰ শিক্ষক প্ৰশিক্ষণৰ জিলা আচঁনি বিষয়া দীপক বড়া বিশিষ্ট অতিথি হিচাবে উপস্থিত থকাৰ লগতে প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি তুতু বৰঠাকুৰ, মধ্য ইংৰাজী শিক্ষক সন্থাৰ জিলা সভাপতি ছামচুল বাৰিক, মজলীয়া বিদ্যালয় শিক্ষক সন্থাৰ সম্পাদক জয়ন্ত সাউদ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাতুল দত্ত, ব্ৰজেন দাস,বিনন্দ দত্ত,বুদ্ধিন হাজৰিকাকে ধৰি বহু কেইজন গন্য মাণ্য ব্যক্তি উপস্থিত থাকে।

আনহাতে, আজিৰ এই অনুষ্ঠানতে আমগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয় সমূহৰ ছাত্র-ছাত্ৰী আৰু শিক্ষামিত্ৰসকলে হাতেলিখা ১৫০ খন আলোচনী সৰ্ব শিক্ষা অভিযান শিৱসাগৰৰ সমন্বিত শিক্ষা আঁচনি বিষয়া দীপক বৰাই উন্মোচন কৰে।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা ৰচনা ,চিত্ৰাংকণ ,ভেশচন প্ৰতিযোগিতাত প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত ছাত্র ছাত্ৰী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা গীত বাদ্য নৃত্য আদি প্ৰদৰ্শন কৰা হয়।

টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সমাজৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাই ছাত্র ছাত্ৰী সকলক উৎসাহিত কৰাৰ উপৰিও সাহিত্য সংস্কৃতিৰ দিশত আগুৱাই নিব বুলি ৰাইজে মন্তব্য কৰে। অনুষ্ঠানত ছাত্র-ছাত্ৰী শিক্ষক সকলৰ লগতে শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd