• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমিকৰ সৈতে স্কুটি চলাবলৈ শিকি থাকোঁতে কৰুণ পৰিণতি! মৃত্যুক সাৱতি ল’লে প্ৰেমিকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 4:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমিকৰ সৈতে স্কুটী চলাবলৈ শিকি থাকোঁতে সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’লে ‎এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে। ৰাজাৰহাট-নিউটাউন অঞ্চলত সংঘটিত হৈছে এই কৰুণ ঘটনা। মৃত ‎যুৱতীগৰাকীৰ নাম পূজা সাহা। জানিব পৰা মতে, এইবাৰ তাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ‎পূজা।

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পূজাই কেইবাদিনো ধৰি স্কুটি চলাবলৈ শিকিবলৈ চেষ্টা কৰি ‎আছিল। পূজাৰ প্ৰেমিক শুভংকৰ ভৌমিকে তাইক স্কুটি চলাবলৈ শিকাবলৈ তাইৰ লগত ওলাই গৈছিল। ‎দেওবাৰে নিশা ৰাজাৰহাটৰ এটা খালী পথত প্ৰেমিকৰ সৈতে স্কুটি চলাবলৈ শিকিছিল পূজাই। ‎

Apply Now

খবৰ অনুসৰি তেওঁলোকে হেলমেট পৰিধান কৰা নাছিল। মাঝেৰাইট ৰোড এলেকালৈ যাওঁতে স্কুটিখনে ‎পথত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ফলত দুয়ো বাটত বাগৰি পৰে। জানিব পৰা মতে, সেই সময়ত পূজাই ‎স্কুটিখন চলাই আছিল আৰু পিছফালে শুভংকৰ বহি আছিল।

দুৰ্ঘটনাত পূজা মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পূজাক স্থানীয় ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় ‎যদিও তাতেই তাইৰ মৃত্যু হয়। ‎

আৰক্ষীয়ে জনোৱা মতে, অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। দেখা গৈছে যে স্কুটিখন নিয়ন্ত্ৰণ ‎হেৰুৱাই পথত বাগৰি পৰে। প্ৰথম অৱস্থাত স্কুটি চলাওঁতে তাইৰ হাত দুখন কঁপিছিল বুলি ধাৰণা কৰা ‎হৈছে। হঠাতে গাড়ীখনৰ গতিবেগ বৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এই ঘটনাত যুৱতীগৰাকীৰ ‎পৰিয়ালৰ মূৰত সৰগ ভাঙি পৰিছে।প্ৰেমিকৰ সৈতে স্কুটি চলাবলৈ শিকি থাকোঁতে কৰুণ পৰিণতি! মৃত্যুক সাৱতি ল’লে প্ৰেমিকাই

প্ৰেমিকৰ সৈতে স্কুটী চলাবলৈ শিকি থাকোঁতে সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’লে ‎এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে। ৰাজাৰহাট-নিউটাউন অঞ্চলত সংঘটিত হৈছে এই কৰুণ ঘটনা। মৃত ‎যুৱতীগৰাকীৰ নাম পূজা সাহা। জানিব পৰা মতে, এইবাৰ তাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ‎পূজা।

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পূজাই কেইবাদিনো ধৰি স্কুটি চলাবলৈ শিকিবলৈ চেষ্টা কৰি ‎আছিল। পূজাৰ প্ৰেমিক শুভংকৰ ভৌমিকে তাইক স্কুটি চলাবলৈ শিকাবলৈ তাইৰ লগত ওলাই গৈছিল। ‎দেওবাৰে নিশা ৰাজাৰহাটৰ এটা খালী পথত প্ৰেমিকৰ সৈতে স্কুটি চলাবলৈ শিকিছিল পূজাই। ‎

দুৰ্ঘটনাত পূজাৰ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পূজাক স্থানীয় ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় ‎যদিও তাতেই তাইৰ মৃত্যু হয়। ‎

খবৰ অনুসৰি তেওঁলোকে হেলমেট পৰিধান কৰা নাছিল। মাঝেৰাইট ৰোড এলেকালৈ যাওঁতে স্কুটিখনে ‎পথত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ফলত দুয়ো বাটত বাগৰি পৰে। জানিব পৰা মতে, সেই সময়ত পূজাই ‎স্কুটিখন চলাই আছিল আৰু পিছফালে শুভংকৰ বহি আছিল।

আৰক্ষীয়ে জনোৱা মতে, অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। দেখা গৈছে যে স্কুটিখন নিয়ন্ত্ৰণ ‎হেৰুৱাই পথত বাগৰি পৰে। প্ৰথম অৱস্থাত স্কুটি চলাওঁতে তাইৰ হাত দুখন কঁপিছিল বুলি ধাৰণা কৰা ‎হৈছে। হঠাতে গাড়ীখনৰ গতিবেগ বৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এই ঘটনাত যুৱতীগৰাকীৰ ‎পৰিয়ালৰ মূৰত সৰগ ভাঙি পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd