• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ত সন্ধানহীন দম্পতীক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য! উদ্ধাৰ স্বামীৰ উৱলি যোৱা মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2025 9:31 am
357
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোণম যোৱা ২৩ মে’ৰ পৰা সন্ধানহীন হৈ আছিল। নৱবিবাহিত দম্পতীহালে মধুচন্দ্ৰিকাৰ বাবে মেঘালয়লৈ আহিছিল। ইয়াৰ পিছত ২৩ মে’ৰ পৰা তেওঁলোকক পৰিয়ালে বিচাৰি পোৱা নাই।

এজাহাৰ পোৱাৰ পিছতে প্ৰশাসনে অনুসন্ধান আৰম্ভ কৰে। সোমবাৰে (২ জুন) মেঘালয়ত ৰাজাৰ মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি মেঘালয়ৰ চোহৰা অঞ্চলত মৃতদেহটো উদ্ধাৰ কৰা হৈছে। অৱশ্যে ৰাজাৰ পত্নী সোণমৰ সন্ধান এতিয়াও অব্যাহত আছে।

চেৰাপুঞ্জী নামেৰেও পৰিচিত মেঘালয়ৰ পূব খাছী পাহাৰৰ চোহৰা অঞ্চলৰ পৰা সন্ধীনহীন হৈছিল ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী।

মধ্যপ্ৰদেশৰ ইন্দোৰৰ উপ-আয়ুক্ত ৰাজেশ কুমাৰ ত্ৰিপাঠীয়ে কয়, “সোমবাৰে মেঘালয় আৰক্ষীয়ে এটা মৃতদেহ উদ্ধাৰ কৰে, যিটো মৃতদেহ ৰাজা ৰঘুবংশীৰ বুলি তেওঁৰ ভাতৃ বিপিন ৰঘুবংশীয়ে চিনাক্ত কৰে। মৃত্যুৰ সময় আৰু অন্যান্য সবিশেষ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছত জানিব পৰা যাব। আৰক্ষীয়ে এতিয়াও সোণম ৰঘুবংশী সম্পৰ্কে কোনো সূত্ৰ পোৱা নাই।”

ক’ত আছে ৰাজৰ পত্নী সোণম? কি হৈছিল তেওঁলোকৰ?’ এই প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা হোৱা নাই। অৱশ্যে প্ৰশাসনে সোণমৰ সন্ধান অব্যাহত ৰাখিছে।

ৰাজাৰ ভাতৃ শচীনে দাবী কৰিছে যে দম্পতীহালক সম্ভৱতঃ অপহৰণ কৰা হৈছিল। পৰিয়ালৰ লোকে সোণমক বিচাৰি সেনা মোতায়েন কৰিবলৈ দাবী জনাইছে। পৰিয়ালৰ লোকে আশংকা কৰিছে যে তাত থকা স্থানীয় হোটেলৰ কৰ্মচাৰীসকলো এই ঘটনাৰ সৈতে জড়িত হ’ব পাৰে।

সকলো দিশ চালিজাৰি চোৱাৰ পিছতো এই ভয়ানক মৃত্যুক লৈ প্ৰশ্ন উত্থাপন হৈয়েই আছে। ইফালে সোণমক বিচাৰি হাবাথুৰি খাইছে প্ৰশাসন। তেওঁলোকৰ সৈতে কি ঘটিছে তাক লৈ উদ্বেগ বাঢ়িছে।

Recent News

ৰাতিপুৱা বিটৰ ৰস খালে কি হয়? পঢ়ক এই প্ৰতিবেদন…

ৰাতিপুৱা বিটৰ ৰস খালে কি হয়? পঢ়ক এই প্ৰতিবেদন…

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd