• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

নৰ্থ-ইষ্ট নাও, ডেস্ক by নৰ্থ-ইষ্ট নাও, ডেস্ক
June 3, 2025 5:56 pm
321
VIEWS
Share on FacebookShare on Twitter

কেৰালা উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এটা ঐতিহাসিক ৰায়। ন্যায়ালয়ৰ ৰায় অনুসৰি, ৰাজ্যৰ ট্ৰান্সজেণ্ডাৰ দম্পতীৰ সন্তানৰ নাম জন্মৰ প্ৰমাণ পত্ৰত ‘পিতৃ’ বা ‘মাতৃ’ৰ পৰিৱৰ্তে ‘অভিভাৱিক/অভিভাৱিকা’ শব্দ পঞ্জীয়ন কৰিব লাগিব।

সোমবাৰে ন্যায়াধীশ জিয়াদ ৰহমানে ‘অভিভাৱিকা/অভিভাৱক’ শব্দটো লিংগ নিৰপেক্ষ শব্দ হিচাপে ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়ে।

জাহাদ আৰু জিয়া পাভালৰ কাহিনী এই গোচৰৰ লগত জড়িত। যদিও শাৰীৰিকভাৱে জাহাদ নাৰী, তথাপিও তেওঁ নিজকে পুৰুষ বুলি গণ্য কৰে, আনহাতে জিয়া ইয়াৰ বিপৰীত। অৰ্থাৎ জাহাদ ট্ৰান্সমেন আৰু জিয়া ট্ৰান্স ৱমেন। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত জাহাদে এটা সন্তান জন্ম দিয়ে। কোজিকোড পৌৰ নিগমৰ নৱজাতকৰ প্ৰমাণ পত্ৰত জাহাদক ‘মাতৃ’ আৰু জিয়াক ‘পিতৃ’ বুলি কোৱা হৈছে। ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে দম্পতীহালে।  তেওঁলোকক ‘মাতৃ’ আৰু ‘পিতৃ’ৰ পৰিৱৰ্তে ‘অভিভাৱিকা’ হিচাপে স্বীকৃতি দিবলৈ দাবী জনায়।

সোমবাৰে কেৰালা উচ্চ ন্যায়ালয়ে জাহাদ আৰু জিয়াৰ দাবীক সমৰ্থন কৰে। কেৰালাৰ প্ৰথমজন ট্ৰান্স অধিবক্তা পদ্ম লক্ষ্মীয়ে এই গোচৰত আবেদনকাৰীৰ হৈ উকালতি কৰিছিল। সংবিধানৰ ১৪ নং অনুচ্ছেদৰ উদ্ধৃতি দি তেওঁ লিংগ নিৰপেক্ষ ব্যক্তিৰ মৌলিক অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰে। আনহাতে, দম্পতীহালে কয় যে তেওঁলোকক ‘মাতৃ’ আৰু ‘পিতৃ’ বুলি কোৱাটো তেওঁলোকৰ অস্তিত্বৰ সংগ্ৰামৰ বিৰোধিতা।

কেৰালা উচ্চ ন্যায়ালয়ে তেওঁলোকৰ দাবীক সমৰ্থন কৰে। অৱশেষত ন্যায়াধীশ জিয়াদ ৰহমানে জাহাদ আৰু জিয়াৰ সপক্ষে ৰায় দিয়ে।

Recent News

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd