• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰীল বনাবলৈ গৈ যমুনাত ডুবি ৬ গৰাকী কিশোৰীৰ সলিল সমাধি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2025 5:58 pm
421
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ উত্তৰ প্ৰদেশৰ আগ্ৰাত যমুনা নদীত গা ধুবলৈ গৈ সলিল সমাধি ছয় কিশোৰীৰ। মঙলবাৰে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ চিকন্দ্ৰ থানা এলেকাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। ছ’চিয়েল মিডিয়াৰ বাবে মোবাইল ফোনত ৰিল বনাই থাকোঁতে পানীত ডুব যায়।

আগ্ৰাৰ চৰকাৰী বিষয়াসকলে জনোৱা মতে, কাষৰ কৃষি পথাৰত কাম কৰি নদীৰ পাৰলৈ গৈ শীতল হ’বলৈ পানীত জপিয়াই পৰে ছয়গৰাকী ছোৱালী। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, প্ৰথমে তেওঁলোকে নদীৰ পাৰত খেলিছিল আৰু মোবাইলত ৰীলৰ চিত্ৰগ্ৰহণ কৰিছিল। তাৰ পাছত লাহে লাহে গভীৰ পানীত সোমাই যোৱাৰ লগে লগে সোঁতে উটুৱাই লৈ গ’ল।

ৰাষ্ট্ৰেএয় সংবাদ মাধ্যম এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি এই ঘটনাত চাৰিজন গৰাকী পানীত ডুব যায় আৰু বাকী দুগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে চিকিৎসাধীন অৱস্থাতেই ছোৱালী দুগৰাকীৰ মৃত্যু হয়। ফলত তাত ডুব গৈ মৃত্যু হোৱা লোকৰ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে।

জিলা প্ৰশাসনে সকলো শোকসন্তপ্ত পৰিয়ালক প্ৰয়োজনীয় সহায়ৰ আশ্বাস প্ৰদান কৰিছে। একে সময়তে কৰ্তৃপক্ষই এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হয় সেই বিষয়ে জানিবলৈ তদন্ত আৰম্ভ কৰিছে।

Recent News

প্ৰকাশ পালে বিশ্বৰ আটাইতকৈ নিৰাপদ দেশৰ তালিকা! ভাৰতৰ স্থান কিমান জানেনে…

প্ৰকাশ পালে বিশ্বৰ আটাইতকৈ নিৰাপদ দেশৰ তালিকা! ভাৰতৰ স্থান কিমান জানেনে…

বিগত ১০ বছৰত চৰকাৰী বেংকে পুঁজিপতিক ৰেহাই দিলে ১২ লাখ কোটি টকাৰ ঋণ! সংসদত কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

বিগত ১০ বছৰত চৰকাৰী বেংকে পুঁজিপতিক ৰেহাই দিলে ১২ লাখ কোটি টকাৰ ঋণ! সংসদত কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

১০০ বছৰ নহয়, মানুহে ইচ্ছা কৰিলে ২০০ বছৰলৈকে জীয়াই থাকিব পাৰে’ : এই দাবী বাবা ৰামদেৱেৰ

১০০ বছৰ নহয়, মানুহে ইচ্ছা কৰিলে ২০০ বছৰলৈকে জীয়াই থাকিব পাৰে’ : এই দাবী বাবা ৰামদেৱেৰ

আদাৰ আছে অনেক উপকাৰিতা : জানো আহক

আদাৰ আছে অনেক উপকাৰিতা : জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd