• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভোটদানৰ হাৰ জানিবলৈ নিৰ্বাচন আয়োগে সংযোগ ঘটাইছে নতুন প্ৰযুক্তি! জানো অহক কি এই প্ৰযুক্তি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2025 1:08 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী আয়োগৰ ভোটদানৰ শতকৰা হাৰ শীঘ্ৰে প্ৰকাশ কৰিবৰ বাবে সংযোগ ঘটাইছে এক নতুন প্ৰযুক্তি। যাতে ভোটদানৰ শতকৰা হাৰ শীঘ্ৰে জানিব পৰা যায়। এতিয়ালৈকে যিদৰে কাম হাতেৰে কৰা হৈছিল, সময় লাগিছিল। এই ক্ষেত্ৰত এতিয়ালৈকে ছেক্টৰ বিষয়াসকলে ভোটদানৰ তথ্য সংগ্ৰহ কৰি ৰিটাৰ্ণিং বিষয়াক ফোন বা মেছেজৰ জৰিয়তে অৱগত কৰিছিল।

আশা কৰা হৈছে যে নতুন ব্যৱস্থাৰ জৰিয়তে ভোটৰ শতাংশৰ তথ্য অতি ক্ষীপ্ৰতাৰে জানিব পৰা যাব। নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰে।

Apply Now

এই নতুন ব্যৱস্থাটোৱে ইচিআইনেট এপৰ জৰিয়তে কাম কৰিব। ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ প্ৰিজাইডিং বিষয়াসকলে সেই এপত প্ৰতি দুঘণ্টাৰ মূৰে মূৰে ভোটৰ শতাংশ তথ্য আপলোড কৰিব। ভোটগ্ৰহণৰ সময়সীমা শেষ হোৱাৰ পিছত তেওঁলোকে নিজৰ এপত নিজ নিজ বুথৰ মুঠ ভোটিং একাউণ্ট দ্ৰুতভাৱে আপলোড কৰিহে বুথৰ পৰা ওলাই যাব। ভোটগ্ৰহণ শেষ হোৱাৰ পিছত সংশোধিত ভিটিআৰ বা ভোটাৰ টাৰ্ণআউট এপত কেন্দ্ৰৰ ভিত্তিত গড় ভোটৰ শতাংশ গণনা কৰা হ’ব।

আয়োগে কয় যে বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই উন্নত ইচিআইনেট আৰু উন্নত ভিটিআৰ এপ কাৰ্যকৰী কৰা হ’ব। একে সময়তে প্ৰিজাইডিং অফিচাৰে দিয়া ভোটৰ তথ্য থকা ১৭চি ফৰ্মখন ৰাজনৈতিক দলৰ ভোটগ্ৰহণকাৰীক গতাই দিয়াৰ নিয়ম একেই আছে। পূৰ্বৰ দৰেই আনুমানিক ভোটদানৰ হাৰো দুঘণ্টাৰ মূৰে মূৰে প্ৰকাশ কৰা হ’ব। এতিয়ালৈকে ছেক্টৰ বিষয়াসকলে ভোটদানৰ তথ্য সংগ্ৰহ কৰি ৰিটাৰ্ণিং বিষয়াক ফোন বা মেছেজৰ জৰিয়তে অৱগত কৰিছিল। সেই তথ্যৰ ভিত্তিত প্ৰতি দুঘণ্টাৰ মূৰে মূৰে ভিটিআৰ এপত গড় হিচাপ প্ৰকাশ কৰা হৈছিল। প্ৰসংগক্ৰমে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত আৰু তাৰ পিছৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সময়ত কেন্দ্ৰ পৰ্যায়ত চূড়ান্ত ভোটদানৰ হাৰ প্ৰকাশ কৰাত যথেষ্ট পলম হৈছিল। এই পলম আৰু চূড়ান্ত হাৰৰ বিপুল বৃদ্ধিক লৈ বিভিন্ন ৰাজনৈতিক দলে প্ৰশ্ন উত্থাপন কৰিছে। আয়োগে আশা কৰিছে যে এই নতুন ব্যৱস্থাই যাতে পুনৰ এনে কোনো ‘ভ্ৰান্ত ধাৰণা’ৰ সৃষ্টি নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd