• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2025 3:03 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তাই বৰ মিঠা স্বভাৱৰ আছিল, আগতে মই তাইক নিজৰ ছোৱালীৰ দৰে চাইছিলো, কিন্তু সোণমক এইদৰে প্ৰশংসা কৰিও ফাঁচীৰ দাবী কৰে পুত্ৰহাৰা মাতৃগৰাকীয়ে।

সদ্য পুত্ৰহাৰা মাতৃয়ে বোৱাৰী সোণম ৰঘুবংশীক ফাঁচী দিয়াৰ দাবী জনাইছে। পুত্ৰ ৰাজা ৰঘুবংশীৰ মাতৃ উমা ৰঘুবংশীয়ে অভিযোগ কৰিছে যে সোণমে ৰাজাক অৱগত নকৰাকৈয়ে মেঘালয়লৈ বিমানৰ টিকট বুকিং কৰিছিল। আনকি ট্ৰেকিং কৰিবলৈ যোৱাৰ সময়তো সোণমেই ৰাজাক সোণৰ চেইন পিন্ধিবলৈ কৈছিল।

Apply Now

উমা ৰঘুবংশীয়ে লগতে কয় যে সোণমে আগতে ইমান মিঠাকৈ কথা পাতিছিল যাতে কোনেও একো সন্দেহ নকৰে। যদি তাই দোষী সাব্যস্ত হয়, তেন্তে তাইক ফাঁচী দিয়া উচিত।

মাতৃয়ে বিশ্বাসেই কৰিব পৰা নাই যে সোণমে নিজৰ স্বামী বা তেওঁৰ পুত্ৰক হত্যা কৰিব পাৰে। কথা-বতৰা, কাম-কাজ, আচৰণত তাই বৰ মধুৰ আছিল। ঘৰৰ সকলোৰে লগত, আনকি স্বামীৰ লগতো তাই বহুত ভাল সম্পৰ্ক বজাই ৰাখিছিল। আনকি সোণম আৰু ৰাজা পাহাৰ বগাই থাকোঁতে উমা দেৱীয়ে সোণমৰ লগত ফোনত কথা পাতিছিল।

ফোন কলৰ পৰাই গম পোৱা গৈছে যে দুয়ো ৰাতিপুৱাই ওলাই গৈছিল। উমা দেৱীয়ে তেওঁলোকক ফোন কৰিছিল। তেওঁ জানিব বিচাৰিছিল ৰাতিপুৱা সিহঁতে কিবা খাইছে নে নাই। ইয়াৰ উত্তৰত সোণমে কৈছিল, একো খোৱা হোৱা নাছিল, আমি ওপৰলৈ উঠি গৈ চাব লাগিব কিবা খাদ্য পাম নেকি।

উমা দেবীয়ে কৈছিল, ইমান ঠাই থকাৰ পিছতো তহঁতে কিয় পাহাৰৰলৈ উঠিব গলি কিয়। সোণমে কৈছিল, তাইৰ ইচ্ছা আছিল আৰু তাই পাহাৰ বগাই বগাই ফোপাই জোপাই গৈছে।

সেই কথাবোৰতো সোণমৰ আচৰণত সন্দেহজনক একো দেখা নগৈছিল। উমা দেৱীৰ দুখ আছিল যে সোণম আমাৰ লগত বহুত মিলি গৈছিল। বিশ্বাস কৰিব পৰা নাই তাই এই কাম কৰিব পাৰিব! আমি সন্দেহ কৰিব পৰা ধৰণৰ একোৱে বিচাৰি পোৱা নাই। আনকি তাই ফোনতো ভালকৈ কথা পাতিছিল। মই তাইক মোৰ নিজৰ ছোৱালী বুলি ভাৱিছিলোঁ। এইদৰে কয় উমা দেৱীয়ে।

উমা দেবী ইমানেই বিধ্বস্ত হৈ পৰিছে যে তেওঁ কয়, যিসকলে এই কাম কৰিলে তেওঁলোকক মৃত্যুদণ্ড দিয়া উচিত। যদি সোণমেও এই কাম কৰিছে, তেন্তে তাইকো কঠোৰতম শাস্তি দিয়া উচিত। মই বিচাৰো তাইক ফাঁচী দিয়া হওক। কিন্তু, যদি তাইৰ দোষ নাই, তেন্তে মই তাইক মিছা অভিযোগ দিব নিবিচাৰো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd