• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টি-২০ লীগত খেলি অধিক উপাৰ্জন! আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ নিকোলাছ পুৰানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2025 1:10 pm
137
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ডৰ বিৰুদ্ধে হোৱাইট বলৰ শৃংখলাৰ পৰা ছুটী বিচাৰিছিল। কাৰণ, আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ খেলি ক্লান্ত হৈ পৰিছিল। ক্ৰিকেট ৱেষ্ট ইণ্ডিজেও এই ছুটী প্ৰদান কৰে। কিন্তু ইয়াৰ মাজতে হঠাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে নিকোলাছ পুৰানে।

মঙলবাৰে ২৯ বছৰ বয়সত এইগৰাকী বেটছমেনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লয়। ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে অৱসৰ লোৱাৰ সিদ্ধান্ত ঘোষণা কৰে বেটছমেনগৰাকীয়ে। ৱেষ্ট ইণ্ডিজৰ হৈ পুৰানে ৬১খন এদিনীয়া মেচ আৰু ১০৬খন টি-২০ মেচ খেলিছে। টেষ্ট মেচ খেলাৰ সুযোগ নাপালে। অৱসৰৰ বাবে সেই সুযোগ আৰু নাথাকিল।

ৱেষ্ট ইণ্ডিজৰ যিকোনো ক্ৰিকেটাৰে টেষ্ট মেচ খেলাৰ সপোন দেখে। কিন্তু টি-২০ লীগৰ যুগত ক্ৰিকেটাৰৰ মনোভাৱ সলনি হৈছে। দেশৰ হৈ খেলাৰ পৰিৱৰ্তে বিভিন্ন ফ্ৰেঞ্চাইজি টি-২০ লীগত খেলি অধিক ধন উপাৰ্জন কৰিব পাৰে। পুৰাণো সেই বাটত খোজ দিছে।

এইবাৰৰ আই পি এলত ভাল ফৰ্মত আছিল পুৰাণ। বেটছমেনগৰাকীয়ে ১৪খন মেচত ৫২৪ ৰান সংগ্ৰহ কৰে। তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল প্ৰায় ২০০। ফিটনেছৰ ক্ষেত্ৰতো কোনো সমস্যা নাই। কিন্তু তথাপি এই বেটছমেনগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিব নিবিচাৰে। কাৰণ, বিভিন্ন দেশৰ টি-২০ লীগত খেলাটো বহুত বেছি লাভজনক। আই পি এলকে ধৰি বিভিন্ন ফ্ৰেঞ্চাইজি টি-২০ লীগত খেলি যি ধন পোৱা যায়, সেই ধন দিব নোৱাৰে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডে। এই কাৰণেই পুৰানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

আনহাতে, যোৱা বছৰ ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডৰ চুক্তিত স্থান লাভ কৰা নাছিল পুৰানে। এই কাৰণেই তেওঁৰ খং উঠিছিল। তদুপৰি ধনৰ কথাটোও আছিল। ৱেষ্ট ইণ্ডিজৰ অধিকাংশ ক্ৰিকেটাৰে ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ পৰিৱৰ্তে বিভিন্ন দেশৰ টি-২০ লীগত খেলিবলৈ অধিক গুৰুত্ব দিছে। পুৰাণো সেই দলত আছে। ভৱিষ্যতৰ কথা ভাবিয়েই তেওঁ টকা উপাৰ্জনৰ পথ বাছি লৈছে।

Recent News

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

গাজাৰ সন্ত্ৰাস আৰু কিছু আনুষংগিক প্ৰশ্ন…

গাজাৰ সন্ত্ৰাস আৰু কিছু আনুষংগিক প্ৰশ্ন…

গণশিল্পী ৰাজীৱ শদিয়াৰ ভূমি কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ

গণশিল্পী ৰাজীৱ শদিয়াৰ ভূমি কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ

পাকিস্তানৰ সেনা বিষয়া অসীম মুনিৰৰ আমেৰিকা ভ্ৰমণে ভাৰতত উদ্বেগৰ সৃষ্টি কৰিছে!

পাকিস্তানৰ সেনা বিষয়া অসীম মুনিৰৰ আমেৰিকা ভ্ৰমণে ভাৰতত উদ্বেগৰ সৃষ্টি কৰিছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd