• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2025 8:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলে বৃহস্পতিবাৰে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ, বেলিষ্টিক মিছাইল কাৰখানা আৰু সামৰিক কেন্দ্ৰত আক্ৰমণ চলাইছিল। ইয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ আক্ৰমণ চলাইছে। আইডিএফে পুনৰ ইৰাণৰ বিভিন্ন স্থানক ‘টাৰ্গেট’ কৰিছে।

কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি শুকুৰবাৰে নিশা বেঞ্জামিন নেতানিয়াহুৰ চৰকাৰে ইৰাণৰ ৰাজধানী তেহৰাণত নতুনকৈ আক্ৰমণ চলায়।

Apply Now

সূত্ৰসমূহে জনোৱা মতে, পশ্চিম তেহৰাণত নতুনকৈ আক্ৰমণ চলোৱা হৈছে। অৱশ্যে ইৰাণেও দাবী কৰিছে যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইজৰাইলৰ কেইবাটাও ক্ষেপণাস্ত্ৰ ধ্বংস কৰিছে।

ইজৰাইলতো যে প্ৰত্যাক্ৰমণ হ’ব সেই কথা অনুমান কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে। সেইবাবেই তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰা হৈছে। খবৰ পোৱা গৈছে যে জেৰুজালেমত ইতিমধ্যে চাইৰেন বাজিবলৈ আৰম্ভ কৰিছে।

আইডিএফে ইংগিত লাভ কৰিছে যে য়েমেনৰ পৰা তেওঁলোকৰ বিৰুদ্ধে মিছাইল নিক্ষেপ কৰিব পাৰে। সেয়ে সষ্টম হৈ পৰিছে সেনা। আনহাতে ইৰাণৰ শীর্ষ নেতৃত্বই ভাবুকি দিছে – ইজৰাইলক শান্তিৰে শুবলৈ দিয়া নহ’ব৷

ইজৰাইলে শুকুৰবাৰে পুৱা ইৰাণক ‘অপাৰেচন ৰাইজিং লায়ন’ চলাই তচনচ কৰি পেলাইছে। বিভিন্ন সূত্ৰৰ মতে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰি দিয়া হৈছে। অৱশ্যে শেহতীয়া খবৰত জানিব পৰা গৈছে যে তেজষ্ক্ৰিয় বিকীৰণৰ কোনো ঘটনা ঘটা নাই।

ইজৰাইলৰ দাবী যে ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি সন্ত্ৰাসবাদীক গতাই দিবলৈ চেষ্টা কৰিছিল। দেখা গৈছে যে ইৰাণৰ প্ৰতিশোধৰ পূৰ্বে সেই দেশৰ ওপৰত আন এক আক্ৰমণ সংঘটিত হৈছে।

ইপিনে, ইজৰাইলৰ আক্ৰমণ সন্দৰ্ভত আমেৰিকাই কোনো মন্তব্য কৰা নাই। ইয়াৰ পৰা দূৰত অৱস্থান কৰিছে। দুয়োপক্ষকে সংযম ৰক্ষা কৰিবলৈ আহ্বান জনাইছে  ব্ৰিটেইনে। শুকুৰবাৰে নিশা বেঞ্জামিন নেতানিয়াহুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোন কৰে। মোদীয়ে কয় যে দুয়োৰে মাজত শান্তি আলোচনা হৈছে। কিন্তু দেখা গ’ল যে এই ফোন কলৰ কিছু সময়ৰ পিছতে ইজৰাইলে ইৰাণত পুনৰ আক্ৰমণ কৰে।

উল্লেখ্য যে বৃহস্পতিবাৰৰ আক্ৰমণত ইজৰাইলে প্ৰায় ২০০খন জেট যুঁজাৰু বিমান আকাশত উৰুৱাইছিল। যুদ্ধবিমানসমূহৰ পৰা ৩৩০টাতকৈও অধিক বিভিন্ন ধৰণৰ বোমা নিক্ষেপ কৰা হয়। ইজৰাইলে ১০০ৰো অধিক ইৰাণৰ লক্ষ্যত আঘাত কৰে। তাতেই শেষ নহয়, প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে এটা স্পষ্ট বাৰ্তা দিছিল যে এয়া এদিনীয়া আক্ৰমণ নহয়। এনেধৰণৰ আক্ৰমণ অব্যাহত থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd