• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দুমাহৰ পিছত প্ৰাণ ঘূৰি আহিছে পেহেলগামলৈ : পুনৰ পৰ্যটকেৰে ভৰি পৰিছে ভূস্বৰ্গ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 20, 2025 3:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰায় দুমাহ পাৰ হৈ গ’ল। এতিয়া জম্মু-কাশ্মীৰৰ চিত্ৰময় সৌন্দৰ্য্য চাবলৈ আকৈ সোঁত বৈছে পৰ্যটকৰ।

যোৱা ২২ এপ্ৰিলত বৈসাৰণ উপত্যকাত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণত ২৫ জন পৰ্যটক আৰু স্থানীয় যুৱক এজনৰ কৰুণ মৃত্যু হৈছিল। ইয়াৰ পিছত সেই স্থানলৈ পৰ্যটকৰ আগমন প্ৰায় বন্ধ হৈ গৈছিল। কিন্তু চৰকাৰৰ সময়োপযোগী পদক্ষেপ আৰু নিৰাপত্তাৰ ব্যৱস্থাৰ উন্নতিৰ বাবে পেহেলগাম ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।

Apply Now

শেহতীয়াকৈ মধ্যপ্ৰদেশৰ এদল পৰ্যটকৰ দলে পেহেলগাম ভ্ৰমণ কৰি নিজৰ অভিজ্ঞতা ব্যক্ত কৰে। তেওঁলোকে কয়, “এইখন এখন ধুনীয়া আৰু আচৰিত ঠাই। ইয়াত আমাৰ তাৰ দৰে অসহ্য গৰম নাই। বতৰ বৰ সুখদায়ক। তাত পৰিস্থিতি এতিয়া সম্পূৰ্ণ স্বাভাৱিক। চাৰিওফালে পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা আছে। উপত্যকাটোৰ ক’তো আমি নিৰাপত্তাহীনতাত ভুগিবলগীয়া হোৱা নাই।” তেওঁলোকৰ এই বক্তব্যই স্পষ্টকৈ দেখুৱাইছে যে পৰ্যটকৰ মাজত আত্মবিশ্বাস ঘূৰি আহিবলৈ আৰম্ভ কৰিছে।

২২ এপ্ৰিলৰ আক্ৰমণৰ পিছত বন্ধ হৈ থকা কিছু পৰ্যটনস্থলী জম্মু-কাশ্মীৰ চৰকাৰে মুকলি কৰাৰ পিছতে পৰ্যটকৰ আগমন বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। পেহেলগামৰ শ্বাহী ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী হিলাল আহমেদে সন্তুষ্টি প্ৰকাশ কৰি কয় যে, “২২ এপ্ৰিলৰ পিছত প্ৰথমবাৰৰ বাবে পহলগাঁৱত ১৫ জুনত পৰ্যটকৰ ভিৰ দেখা গৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু পৰ্যটকৰ বাহন ইয়ালৈ আহিছে।”

উল্লেখ্য যে জম্মু-কাশ্মীৰত কমেও আঠটা গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী মুকলি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। পৰ্যটকলৈ নিৰাপত্তাৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে। ভেৰিনাগ গাৰ্ডেন, কোকেৰনাগ গাৰ্ডেন, আচাবাল গাৰ্ডেন, বদমৱাৰী পাৰ্ক, ডাক পাৰ্ক, টাকদীৰ পাৰ্ককে পেহেলগাম বজাৰৰ বেটাব উপত্যকা আৰু উদ্যানসমূহ পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই। এই পদক্ষেপসমূহে পৰ্যটকসকলক অধিক আগ্ৰহী কৰি তুলিছে।

পেহেলগামৰ হোটেল ব্যৱসায়ী সন্থাৰ সভাপতি জাভেদ বুৰ্জাই হোটেল বুকিং বৃদ্ধি পোৱাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, ‘শূন্য শতাংশ বুকিংৰ পৰা পেহেলগামৰ হোটেলসমূহৰ বুকিং এতিয়া ১৫-২০ শতাংশ বৃদ্ধি পাইছে। পৰ্যটকৰ আগমনৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশা কৰি আছো।” তেওঁৰ এই বক্তব্যই স্থানীয় পৰ্যটন উদ্যোগৰ সৈতে জড়িত সকলোৰে মুখত হাঁহি বিৰিঙাইছে।

Tags: jaamu kashmirtourist
নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd