• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিকৃষ্ট ফিল্ডিং! ইংলেণ্ডৰ ৬টা কেচ ড্ৰপ গীল বাহিনীৰ; বুমৰাহৰ মেজিকৰ পিছত ৰাহুলৰ মসৃন ইনিংছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2025 7:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেচ ড্ৰপ কৰাৰ লজ্জাজনক প্ৰদৰ্শনৰ পিছত যশপ্ৰীত বুমৰাহৰ মেজিক আৰু ডাৱৰীয়া আকাশত কে এল ৰাহুলৰ মসৃন বেটিং – মুঠতে হেডিংলে টেষ্টৰ তৃতীয় দিনৰ শেষত ভাৰতে জয়ৰ পথ মুকলি ৰাখিছে।

তৃতীয় দিনৰ শেষত ভাৰতৰ স্ক’ৰ দুটা উইকেটৰ বিনিময়ত ৯০ ৰান। ক্ৰীজত আছে কে এল ৰাহুল (৪৭ ৰান) আৰু শুভমন গীল (৬ ৰান)। প্ৰথম টেষ্টৰ ভাগ্য বহুলাংশে নিৰ্ভৰ কৰিছে চতুৰ্থ দিনটোত তেওঁলোকৰ পাৰ্টনাৰশ্বিপ কিমান দূৰলৈ চলে তাৰ ওপৰত।

Apply Now

দ্বিতীয় ইনিংছত ভাৰতৰ লীড বৰ্তমান ৯৬ ৰান। কাৰণ ভাৰতে প্ৰথম ইনিংছত মাত্ৰ ৬ ৰানৰ লীডহে লাভ কৰিছিল। ইয়াৰ আঁৰত ভাৰতীয় দলৰ দুৰ্বল বলিং (বুমৰা আৰু অলপ ৰবীন্দ্ৰ জাদেজাৰ বাহিৰে) আৰু আটাইতকৈ বেয়া ফিল্ডিং। মুঠতে হেৰী ব্ৰুকে একাধিক জীৱন লাভ কৰাৰ পিছত ৯৯ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডে শেষৰ পাঁচটা উইকেটত ১৮৯ ৰান সংযোজন কৰে।

প্ৰথম ইনিংছত ভাৰতে ৪৭১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ইংলেণ্ড ৪৬৫ ৰানত আটাইকেইটা উইকেট হেৰুৱায়। ইংলেণ্ডৰ আঠ নম্বৰ, ন নম্বৰ আৰু দহ নম্বৰ বেটছমেনে ক্ৰমে ৩৮ ৰান, ২২ ৰান আৰু ১১ ৰান সংগ্ৰহ কৰে।

শেষত বুমৰাহে অন্তিম দুটা উইকেটো দখল কৰে। তেওঁ ২৪.৪ অভাৰত ৮৪ ৰানত ৫টা উইকেট দখল কৰে। শ্বৰ্ট বলটো ভালদৰে ব্য়ৱহাৰ কৰি প্ৰসিদ্ধ কৃষ্ণই তিনিটা উইকেট দখল কৰে। মহম্মদ ছিৰাজে দুটা উইকেট পায়।

ভাৰতে ৬ ৰানৰ অগ্ৰগতিৰে দ্বিতীয় ইনিংছ আৰম্ভ কৰে। কিন্তু প্ৰথম ইনিংছত শতক অৰ্জন কৰা যশস্বী জয়ছৱাল ব্ৰাইডন কাৰ্ছৰ এটা দুৰ্দান্ত বলত চাৰি ৰাণতে আউট হয়। তাৰ পাছত ৰাহুল আৰু সাই সুদৰ্শনে দ্বিতীয় উইকেটত ৬৬ ৰান সংযোজন কৰে।

প্ৰথম ইনিংছৰ ব্যৰ্থতা অতিক্ৰম কৰি ভাৰতীয় সুদৰ্শনে দ্বিতীয় ইনিংছত ভাল খেল অব্যাহত ৰাখিছিল। কিন্তু বেন ষ্ট’কছৰ এটা দুৰ্বল বলত তেওঁ ৩০ ৰানত আউট হৈ যায়। ইয়াৰ পিছত ৰাহুল আৰু গীলে ভাৰতক আৰু কোনো বিপদৰ সন্মুখীন হ’বলৈ নিদিলে।

তৃতীয় দিনটোত ভাৰতে আৰু ভাল স্থানলৈ উঠিব নোৱাৰাৰ কাৰণ হ’ল নিকৃষ্টতম ফিল্ডিং। ভাৰতীয় ফিল্ডাৰসকলে ইটোৰ পিছত সিটো কেচ ড্ৰপ কৰে। বিশেষকৈ যশস্বীয়ে দৃষ্টিকটুভাৱে কেচ পেলাইছিল। বুমৰাহৰ বলৰ পৰা কমেও চাৰিটা কেচ হৈছিল। মুঠতে ভাৰতীয় দলটোৱে যোৱা পাঁচ বছৰত টেষ্ট ইনিংছত ইমান কেচ ড্ৰপ কৰা নাই, সেয়া হেডিংলেত ঘটিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd