• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেবিচিত প্ৰথমবাৰ ৫ কোটি টকা জিকিছিল, মদৰ নিচাত ধ্বংস হৈ পৰিছিল জীৱন! এতিয়া কি কৰে সেই সুশীলে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2025 11:42 am
680
VIEWS
Share on FacebookShare on Twitter

ঠিক ‘স্লামডগ মিলিয়নাৰ’ৰ দৰেই। সঞ্চালক অমিতাভ বচ্চনে নিজেই সুশীলৰ হাত তুলি লৈ কৌন বানেগা কোটিপতিৰ মঞ্চত কৈছিল। সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ দি তেওঁ প্ৰথমবাৰৰ বাবে পাঁচ কোটি টকাৰ চেক লাভ কৰিছিল। কিন্তু সেই জয়ে কাল মাতি আনিছিল। জীৱনটো ক্ৰমান্বয়ে দুৰ্বিষহ হৈ পৰিছিল। অৱশেষত সেই সুশীলে এতিয়া কি কৰে?

বিহাৰৰ চম্পাৰাণ নিবাসী সুশীল কুমাৰ। ২০১১ চনত কৌন বানেগা কোটিপতিৰ ছিজন ফাইভত তেওঁ পাঁচ কোটি টকাৰ চেক লাভ কৰিছিল। তেওঁ অমিতাভ বচ্চনক কৈছিল যে তেওঁ আৰু অধিক অধ্যয়ন কৰি আই এ এছ বিষয়া হ’ব বিচাৰে।

ইয়াৰ পিছত ৯ বছৰ ধৰি সুশীলৰ তেনেকৈ সন্ধান পোৱা নগ’ল। তাৰ পিছত হঠাৎ ২০২০ চনত ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে তেওঁৰ দুৰ্বিষহ অভিজ্ঞতা।

সুশীলে কয় যে ৰাতিটোৰ ভিতৰতে কোটিপতি হোৱাৰ পিছতে সমস্যা আৰম্ভ হৈছিল। ২০১৫ চনৰ পৰা তেওঁৰ জীৱনে এটা নতুন মোৰ লৈছিল। কেইবাটাও ব্যৱসায় আৰম্ভ কৰিও তেওঁ লাভৱান হ’ব নোৱাৰিলে। বৰং কেইদিনমানৰ ভিতৰতে তেওঁ সকলো ক্ষেত্ৰতে ব্যৰ্থ হৈছিল।

বহু সমাজসেৱা সংগঠনে তেওঁৰ পৰা অনুদান বিচাৰিছিল। সেই ক্ষেত্ৰতো তেওঁ বহুবাৰ প্ৰৱঞ্চনাৰ বলি হৈছে। মাহৰ পিছত মাহ বিভিন্ন সংগঠনক টকা দিবলগীয়া হোৱাত তেওঁ মূৰত হাত দিলে।

টকা-পইচা হেৰুৱাই সুশীল মানসিকভাৱে ভাঙি পৰিছিল। তাৰ পিছত মদ আৰু  চিগাৰেটৰ প্ৰতি আসক্ত হৈ পৰে। নিচাৰ বাবে ধন অপচয় কৰি তেওঁ দেউলীয়া হৈ পৰিছিল। তেওঁ মুম্বাইলৈ গৈ চিনেমা প্ৰযোজনা কৰিবলৈও আৰম্ভ কৰিছিল। কিন্তু তাতো তেওঁ সুবিধা কৰিব নোৱাৰিলে। অৱশেষত তেওঁ নিজৰ গাঁৱলৈ উভতি আহি শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে। বৰ্তমান তেওঁ এখন চৰকাৰী বিদ্যালয়ত মনোবিজ্ঞানৰ শিক্ষক।

Recent News

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ হ’ল হিমন্তৰ বৃক্ষধ্বংসৰ অভিযান ; আমবাৰী-দীঘলীপুখুৰীৰ আৰু এডালো গছত দিব নোৱাৰিব হাত

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ হ’ল হিমন্তৰ বৃক্ষধ্বংসৰ অভিযান ; আমবাৰী-দীঘলীপুখুৰীৰ আৰু এডালো গছত দিব নোৱাৰিব হাত

এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!

এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd