• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেঙেৰীত ২৭৫ গ্ৰাম ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2018 2:32 pm
drugsft-678x381

প্ৰতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেঙেৰীৰ ইনথেমত আজি ২৭৫ গ্ৰাম ড্ৰাগ্ছসহ এজন ব্যৱসায়ীক আটক কৰা হয়। ধৃত ড্ৰাগ্ছ ব্যৱসায়ীজনক সঞ্জীৱ সোণোৱাল বুলি চিনাক্ত কৰা হৈছে।

এখন বাইকেৰে অনা ড্ৰাগ্ছখিনি আৰক্ষীয়ে জব্দ কৰে। বাইকত থকা আনজন সহযোগীয়ে ছেগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

Apply Now

আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু ইয়াৰ লগত জড়িত চক্ৰৰ সন্ধান চলাইছে। ধৃত ব্যৱসায়ীজনৰ জেৰাত অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।

নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক হাৰত বৃদ্ধি পোৱা দেখা গৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা ড্ৰাগছৰ লগতে এই ব্যৱসায়ৰ সৈতে জড়িত বহু লোকক আৰক্ষীয়ে বিগত সময়ত আটক কৰিবলৈ সক্ষম হৈছে।

চলিত বছৰৰ  ৫ মে’ তাৰিখে গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা ৰেল’ৱে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ, ব্ৰাউন ছুগাৰ তথা নিচাজাতীয় ব্যৱসায়ৰ এক ৰমৰমীয়া ব্যৱসায় গঢ়ি উঠাৰ সম্ভেদ পোৱা গৈছিল চলিত বছৰৰে ২৫ মে’ৰ নিশা নগাঁও জিলাৰ আৰক্ষীয়ে এজন ব্ৰাউন ছুগাৰৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছিল। নগাঁও জিলাৰ হয়বৰগাঁও আৰক্ষীয়ে সেই নিশা নগাঁও চহৰৰ তেলীয়াপট্টিত এক গোপন সূত্ৰৰ আধাৰত এক অভিযান চলাই ৰব্বু আমিন নামৰ এজন যুৱকক  আটক কৰিছিল।

এ এছ ০২ এল ৭৭৪৩ নম্বৰৰ এখন মাৰুতি জেনত ব্ৰাউন ছুগাৰখিনি বিক্ৰীৰ বাবে আনিছিল। কিন্তু আৰক্ষীয়ে সেই সময়তে অভিযান চলাই জেনখনৰ পৰা ৩৫ পেকেট ব্ৰাউন ছুগাৰ জব্দ কৰিছিল।

একেদৰে নলবাৰী চহৰৰ সোণপুৰত মে’ মাহৰ প্ৰথম ভাগত আৰক্ষী আৰু মহিলাই অভিযান চলাই প্ৰায় ২৭ কিলোৰো অধিক ভাং আৰু ৩০ পেকেটৰ অধিক মেনথল ছিগাৰেটৰ পেকেট জব্দ কৰিছিল। নলবাৰী আৰক্ষীৰ এটা দলে স্থানীয় শতাধিক মহিলাৰ সহযোগত সোণপুৰৰ নৈশ আশ্ৰয় গৃহৰ এটা কোঠাৰ পৰা এই হানিকাৰক সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

এনেদৰে যোৱা কেইমাহত অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। কিন্তু ড্ৰাগছৰ প্ৰচলন আৰু এই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত চক্ৰক সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ আৰক্ষী এতিয়াও সক্ষম হোৱা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd