• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ আগতীয়া শংকাবোৰে এন আৰ চিত খেলিমেলি যে হৈছে তাৰহে ইংগিত কৰে : তৰুণ গগৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 4, 2018 2:39 pm
gogoi

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“এন আৰ চিৰ চূড়ান্ত খচৰা ওলাবৰ দিনা এটা আতংকময় পৰিস্থিতি হ’ব বুলি চৰকাৰ-প্ৰশাসনে ভাবিয়েই লৈছে। তাৰ বাবে তেওঁলোকে মকড্ৰিল পৰ্য্যন্ত আৰম্ভ কৰিছে। ইয়ে প্ৰমাণ কৰে যে এন আৰ চিত খেলিমেলি হৈছে। ” -এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য প্ৰক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

গগৈয়ে লগতে এই বিষয়টোক লৈ প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব বুলিও ঘোষণা কৰে। আনহাতে বিদেশী প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে কয়, “অসমত ৫০ – ৬০ লাখ বিদেশী নাই। মই চেলেঞ্জ দি ক’ব পাৰো। অলপ থাকিব পাৰে, কিন্তু ইমান নহয়।”

Apply Now

আনহাতে ২০১৪ আৰু ২০১৬ চনৰ ভোটাৰ তালিকাত থকা সকলোৰে নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব লাগে বুলি উল্লেখ কৰি গগৈয়ে কয়, “তেওঁলোকৰ ভোটেৰেই সৰ্বানন্দ জিকেছে, মই জিকিছো, সকলো বিধায়ক আৰু সাংসদ জিকিছে।”

উল্লেখযোগ্য যে কেবিনেটত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কোনো সিদ্ধান্ত নোলোৱা বাবে মুখ্য মন্ত্ৰী সোণোৱালক সমালোচনা কৰি গগৈয়ে কয়— “মেঘালয়ৰ কেবিনেটে যদি পাৰে তোমালোকে কিয় নোৱাৰা। অসমৰ সুৰক্ষা সুনিশ্চিত কৰিম বুলি কৈ থাকিলেই ন’হব।”

একেখন সংবাদ মেলতে গগৈয়ে কয়, “মোদীৰ মেজিক এতিয়া লাহে লাহে নোহোৱা হৈ গৈছে। তেওঁলোকৰ বিকাশৰ শ্ল’গান শ্ল’গান হৈয়ে থাকিল। আশ্বাস দিয়া মতে একো কৰিব নোৱাৰিলে। অসমত পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ অৱস্থা বেয়া হ’ব। তেওঁলোকে সেইকাৰণে নিৰ্বাচন পাতিব খোজা নাছিল।

আনহাতে অগপৰ দোধোৰ-মোধোৰ স্থিতিতো গগৈয়ে সন্দেহ ব্যক্ত কৰে। তেওঁ কয়, “অগপ যে চৰকাৰৰ পৰা ওলাই আহিব মোৰ সন্দেহ আছে।”

এনআৰচি প্ৰক্ৰিয়াত গভীৰ ষড়যন্ত্ৰৰ সন্দেহ প্ৰকাশ কৰি গগৈয়ে কয় যে  চৰকাৰে ৩০ জুনৰ কথা কৈ আছে। আনহাতে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষয়ো এন আৰ চিৰ কথা কয়। তেওঁৰ এন আৰ চিৰ লগত কি সম্পৰ্ক আছে।

ইফালে ৰাজ্যৰ উন্নয়নৰ দিশত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি গগৈয়ে কয় যে এই চৰকাৰখনে কেৱল ডেডলাইন আৰু ৱাৰ্নিং দিয়ে। কামৰ নামত একো নকৰে। নমামি ব্ৰহ্মপুত্ৰ আৰু এডভাণ্টেইজ আছাম চব ফ্লপ শ্ব’ত পৰিণত হোৱা ৰাইজে দেখি আছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd