• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫ বছৰৰ মূৰত জুলাইত হিংসাগ্ৰস্ত মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডীৰ

বিট ইৰম, ইম্ফল by বিট ইৰম, ইম্ফল
June 26, 2025 3:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা মাহত (জুলাই) মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত তেওঁ ইম্ফল আৰু চুৰাচান্দপুৰ ভ্ৰমণ কৰি কেইবাটাও সম্পূৰ্ণ হোৱা প্ৰকল্প উদ্বোধন কৰাৰ লগতে নতুন প্ৰকল্প ঘোষণা কৰাৰ সম্ভাৱনা আছে।

সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি ইম্ফল পশ্চিম জিলাত প্ৰধানমন্ত্ৰীয়ে নতুনকৈ সমাপ্ত হোৱা অসামৰিক সচিবালয় উদ্বোধনৰ বাবে প্ৰস্তুতি চলি আছে।

Apply Now

ইয়াৰ উপৰিও চুৰাচান্দপুৰত হেলিপেড নিৰ্মাণ আৰু পথ মেৰামতিৰ কাম চলি আছে।

খবৰ অনুসৰি, ২০২৩ চনৰ ৩ মে’ত দুটা সম্প্ৰদায়ৰ মাজত সংঘাতৰ সৃষ্টি হোৱাৰ পিছত হিংসা জৰ্জৰিত ৰাজ্যখনলৈ তেওঁৰ প্ৰথমটো ভ্ৰমণ হিচাপে মণিপুৰৰ মুখ্য সচিব পি কে সিঙে প্ৰধানমন্ত্ৰীৰ সম্ভাৱ্য ভ্ৰমণৰ প্ৰস্তুতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

সূত্ৰসমূহে ইংগিত দিয়ে যে কেন্দ্ৰই ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা সম্পূৰ্ণ হোৱা প্ৰকল্প আৰু সম্ভাৱ্য নতুন পদক্ষেপৰ প্ৰতিবেদন য়ুগুত কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে প্ৰধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণৰ সঠিক তাৰিখ এতিয়াও নিশ্চিত হোৱা নাই।

প্ৰধানমন্ত্ৰীৰ অন্তিমটো মণিপুৰ ভ্ৰমণ আছিল ২০১৯ চনৰ ৪ জানুৱাৰীত। লক্ষনীয়ভাৱে নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৩ জুলাইত ৰাজ্যসভাত মণিপুৰ বিষয়টোক সম্বোধন কৰি মণিপুৰত হিংসাত্মক পৰিস্থিতি ক্ৰমাগতভাৱে হ্ৰাস পোৱা বুলি উল্লেখ কৰি পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলোৱা হৈছে বুলি উল্লেখ কৰিছিল।

তেওঁ লগতে ৰাজনীতি একাষৰীয়া কৰি ৰাজ্যত শান্তি ঘূৰাই অনাৰ বাবে চৰকাৰক সহযোগিতা আগবঢ়াবলৈও বিৰোধী দলক আহ্বান জনাইছিল।

এই হিংসাত্মক পৰিস্থিতিত ২৬০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৰাজ্যজুৰি স্থাপন কৰা সাহায্য কেন্দ্ৰত এতিয়াও ৫৮ হাজাৰ লোকে অনিশ্চয়তাত দিন কটাইছে।

চলি থকা সংঘাতৰ বাবে ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ সম্প্ৰদায় মেইটেইসকল অৱৰুদ্ধ হৈ আছে, কিয়নো যুদ্ধংদেহী কুকি-জো লোকসকলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথসমূহ বিচ্ছিন্ন হৈ ৰৈছে।

বিট ইৰম, ইম্ফল

বিট ইৰম, ইম্ফল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd