• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2025 10:00 pm
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ লোকপিয়ল আয়ুক্ত তথা মহাপঞ্জীয়ক মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে ঘোষণা কৰিছে যে ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা দেশজুৰি নাগৰিকৰ গৃহৰ তালিকা প্ৰস্তুতৰ কাম (House Listing Operation) আৰম্ভ হ’ব। এই সন্দৰ্ভত তেওঁ ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিবসকললৈ এখন গুৰুত্বপূর্ণ পত্ৰ প্ৰেৰণ কৰিছে।

এই পত্ৰত উল্লেখ আছে যে, ২০২৬ চনৰ ১ এপ্ৰিলৰ আগতে ৰাজ্য আৰু জিলা প্ৰশাসনৰ সহযোগত তত্বাৱধায়ক আৰু গণনাকাৰী নিযুক্তি সম্পূৰ্ণ কৰি তেওঁলোকৰ মাজত দায়িত্ব বণ্টন কৰা হ’ব।

Apply Now

দুটা পৰ্যায়ত চলিব ২০২৬ লোকপিয়ল

এইবাৰ ডিজিটেল পদ্ধতিৰে লোকপিয়ল দুটা পৰ্যায়ত সম্পন্ন কৰা হ’ব —

  1. House Listing Operation (HLO): পৰিয়ালৰ আয়, সম্পত্তি, বাসগৃহৰ পৰিসৰ, সেৱা-সুবিধা আদিৰ তথ্য সংগ্ৰহ।
  2. Population Enumeration: পৰিয়ালৰ প্ৰতিজন সদস্যৰ ব্যক্তিগত আৰু আৰ্থ-সামাজিক তথ্য সংগ্ৰহ।

উল্লেখযোগ্যভাৱে, এইবাৰ লোকপিয়লৰ সৈতে জাতি জনগণনাও সমান্তৰালভাৱে চলিব। যিটো বহুদিন ধৰি কংগ্ৰেছসহ বিভিন্ন বিৰোধী দলৰ দাবী আছিল।

 পৰ্যায়ক্রমে আৰম্ভ হ’ব লোকপিয়ল

  • ২০২৬ চনৰ ১ অক্টোবৰ: লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত আৰম্ভ।
  • ২০২৭ চনৰ ১ মাৰ্চ: দেশৰ বাকী ৰাজ্যসমূহত আৰম্ভ।

প্ৰতি ১০ বছৰত  লোকপিয়ল কৰা হয় যদিও ২০১১ৰ পাছত ২০২১ৰ লোকপিয়ল COVID-19 মহামাৰীৰ বাবে স্থগিত কৰা হয়। ২০২৩ চনৰ সম্ভাৱনাৰ পাছতো মোদী চৰকাৰে নিৰ্বাচনৰ পূৰ্বে লোকপিয়লৰ পথ নল’লে। এই সম্পূর্ণ সময়ছোৱাত মোদী চৰকাৰৰ সময়ছোৱাত এখনো লোকপিয়ল অনুষ্ঠিত হোৱা নাই, যাৰ ফলত চৰকাৰৰ ভিতৰতে বহু প্ৰশ্ন উঠিছিল।

এইবাৰ লোকপিয়লত প্ৰশ্নৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে সময় আৰু ব্যয় দুয়োটা বৃদ্ধি পোৱাৰ সম্ভাৱনা। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই প্ৰস্তুতি আৰম্ভ কৰিছে বুলি সদৰী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm
তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

August 21, 2026 3:23 pm
ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd