• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2025 3:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ বহু বিখ্যাত ব্যক্তি তথা জনসাধাৰণৰ আকস্মিক মৃত্যুক লৈ প্ৰশ্ন উত্থাপন হৈছে। প্ৰশ্ন হ’ল মহামাৰীৰ পিছৰ সময়ছোৱাত প্ৰাপ্তবয়স্কৰ অকাল মৃত্যুৰ লগত ক’ভিড কেনেবাকৈ জড়িত নেকি? জনমাসত প্ৰশন উত্থাপিত হৈছে যে ক’ভিড ভেকচিন যোগ কৰা হৈছে নেকি? এই সন্দৰ্ভত ইণ্ডিয়ান মেডিকেল কাউন্সিল (আই চি এম আৰ) আৰু এইমছে যুটীয়া ভাবে প্ৰতিবেদন প্ৰকাশ কৰিছে। তেওঁলোকৰ প্ৰতিবেদন অনুসৰি ক’ৰ’না ভেকচিন গ্ৰহণ আৰু হৃদৰোগৰ ফলত হোৱা মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই।

বিগত মাহত কৰ্ণাটকৰ হাছান জিলাত হৃদৰোগৰ বাবে কমেও ২০ জন লোকৰ মৃত্যু হৈছে। সিদ্দাৰমাইয়াই দাবী কৰে যে মহামাৰীৰ সময়ত ক’ভিড ভেকচিনৰ বিষয়ে বহু চৰ্চা চলিছে। ইয়াৰ লগত ডেকা-গাভৰুৰ অকাল মৃত্যুৰ সম্পৰ্ক থাকিব পাৰে। ইয়াৰ পাছতে তেওঁ কৰ’না ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ওপৰত গৱেষণাৰ বাবে এখন কমিটী গঠন কৰাৰ কথা ঘোষণা কৰে। কণ্ঠশিল্পী কে কে, মহামাৰীৰ সময়ত অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু শেহতীয়াকৈ অভিনেত্ৰী শ্বেফালিৰ মৃত্যুৰ পাছতো বহুতে ক’ভিড ভেকচিনক লৈ সন্দেহ প্ৰকাশ কৰিছে।

Apply Now

এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে কয় যে হঠাৎ আৰু অকাল মৃত্যুৰ সৈতে কভি’ড ভেকচিন সন্দৰ্ভত কৰা দাবী সম্পূৰ্ণ মিছা আৰু বিভ্ৰান্তিকৰ হ’ব পাৰে। বৈজ্ঞানিক গৱেষণাৰ লগত ই সামঞ্জস্যপূৰ্ণ নহয়।

কেন্দ্ৰই কয়, অকালতে মৃত্যু হোৱা ১৮-৪৫ বছৰ বয়সৰ লোকসকল, কিয় এনে পৰিস্থিতিৰ সন্মুখীন হৈছে? কিন্তু আইচিএমআৰ আৰু ‘নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল’ (এনচিডিচি)-এ ইয়াৰ ওপৰত অধ্যয়ন কৰিছিল বিলি জনাইছে। ২০২৩ চনৰ মে’ৰ পৰা ২০২৩ চনৰ আগষ্টৰ ভিতৰত দেশৰ ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৭খন চিকিৎসালয়ৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছিল। আইচিএমআৰ আৰু এমচিঅ’ই একে বিষয়ৰ ওপৰত গৱেষণা কৰিছিল। দুটা গৱেষণা প্ৰতিবেদনত ক’ৰোনা ভেকচিন লৈ প্ৰাপ্তবয়স্কৰ হঠাৎ মৃত্যু হোৱা সন্দৰ্ভত কোনো সংযোগ নাই।

উল্লেখ্য যে এক আৰটিআইৰ উত্তৰত প্ৰকাশিত অনুসৰি ২০১৮ চনৰ পৰা ২০২৪ চনৰ মে’ মাহলৈ অসমৰ তিনিখন চিকিৎসালয় ক্ৰমে এএমচিএইচ, টিএমচিএইচ আৰু জিএমচিএইচত হৃদযন্ত্ৰৰ অৱস্থা আৰু উচ্চ ৰক্তচাপত ৩১৯৫ জন লোকৰ মৃত্যু হৈছিল আৰু ২০২২ চনৰ পৰা মৃত্যুৰ হাৰ যথেষ্ট বৃদ্ধি পাব টিএমচিএইচত উচ্চ ৰক্তচাপৰ মৃত্যু ২০১৮ চনত ১৮০ৰ পৰা ২০২২ চনত ২৯৭লৈ বৃদ্ধি পাইছে, আৰু ২০২৪ চনত ৯৮লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd