• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মহিলাৰ মাজতো বৃদ্ধি পাইছে হৃদৰোগৰ হাৰ!  ইয়াৰ আঁৰৰ কাৰণ জনাইছে বিশেষজ্ঞসকলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2025 7:30 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৃদৰোগ কেৱল পুৰুষৰ ৰোগ নহয়। এই দেশৰ মহিলাসকলৰ মাজত ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ (CAD) বা হৃদযন্ত্ৰৰ ধমনী বন্ধ হোৱাটোৱে ভয়ংকৰ ৰূপ লৈছে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে CAD মহিলাৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হৈ পৰিছে।

ইয়াতকৈও আতংকজনক কথাটো হ’ল যে বেছিভাগ ক্ষেত্ৰতে বংশগত ইতিহাসৰ পৰা আৰম্ভ কৰি এই ৰোগৰ লগত একাধিক শাৰীৰিক আৰু মানসিক কাৰক জড়িত হৈ থাকে।

Apply Now

যেতিয়া মহিলাসকল CAD ৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া তেওঁলোকৰ বয়স পুৰুষতকৈ বেছি হয় আৰু তেওঁলোকৰ শৰীৰত ইতিমধ্যে একাধিক ধৰণৰ হৃদযন্ত্ৰৰ বিপদ থাকে। যদিও বয়সৰ ক্ষেত্ৰত তেওঁলোক পুৰুষৰ পৰা প্ৰায় ১০ বছৰ পিছ পৰি আছে, ধূমপান, ডায়েবেটিছ আৰু অকাল ৰজোনিবৃত্তিৰ ফলত নাৰী শৰীৰৰ প্ৰাকৃতিক প্ৰতিৰক্ষা ব্যৱস্থা বা সুৰক্ষা ধ্বংস হয়। ফলত এই ৰোগ বাঢ়িছে।

মহিলাৰ হৃদৰোগৰ ক্ষেত্ৰত কেইবাটাও নিৰ্দিষ্ট বিপদজনক কাৰকে কাম কৰে। সেইবোৰ হৈছে-

(১) ৰজোনিবৃত্তি বা ৰজোনিবৃত্তিৰ পিছত ইষ্ট্ৰজেন হৰম’নৰ মাত্ৰা কমি যায়, যিয়ে শৰীৰক সঠিকভাৱে সুৰক্ষা দিবলৈ সক্ষম হয়। সেই প্ৰক্ৰিয়াটো ব্যাহত হৈ পৰে।

(২) গৰ্ভাৱস্থাত হোৱা জটিলতা। যেনে উচ্চ ৰক্তচাপ, গৰ্ভাৱস্থাৰ ডায়েবেটিছ।

(৩) অকালতে প্ৰসৱ।

(৪) পলিচিষ্টিক অভাৰী চিনড্ৰম (PCOS)।

(৫) অকালতে ৰজোনিবৃত্তি।

(৬) ৰক্তহীনতা।

(৭) মাইগ্ৰেইন আৰু দীৰ্ঘদিনীয়া ক্লান্তি।

(৮) অটোইম্যুন ৰোগ। যেনে বাতবিষ আৰু চিষ্টেমিক লুপাছ (SLE)। এই সকলোবোৰ লক্ষণে মহিলাৰ হৃদৰোগৰ সম্ভাৱনা বহুগুণে বৃদ্ধি কৰে।

ডায়েবেটিছ ৰোগী মহিলাসকল পুৰুষতকৈ CAD ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা সাতগুণ বেছি। তদুপৰি ধূমপানে মহিলাৰ শৰীৰত ইষ্ট্ৰজেন হৰম’নৰ ফলপ্ৰসূতা হ্ৰাস কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ফলত পুৰুষতকৈ মহিলাসকলে অধিক ক্ষীপ্ৰ আৰু গুৰুতৰভাৱে হাৰ্ট এটেকৰ সন্মুখীন হয়।

ভাৰতৰ দৰে দেশত নিম্ন আৰ্থ-সামাজিক পটভূমিৰ মহিলাৰ মাজত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ তুলনামূলকভাৱে বেছি। একে সময়তে আধুনিক জীৱনৰ দ্ৰুত গতি, নগৰীয়া নিসংগতা, আৰু কৰ্মৰত মহিলাৰ চৰম মানসিক চাপ – এই সকলোবোৰ মিলি হতাশাক মহিলাৰ দৈনন্দিন সংগী কৰি তোলে। যিটো মহিলাৰ হৃদৰোগৰ প্ৰধান কাৰণ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm
প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

September 17, 2026 1:07 pm
প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm
প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

September 17, 2026 1:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd