• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2025 8:09 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন চৰকাৰী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক আৰু আনজন পদাৰ্থ বিজ্ঞানৰ শিক্ষক। বৰ্তমান দুয়োজনে মিলি এটা কোচিং চেণ্টাৰ চলাই আহিছে। কিন্তু ড্ৰাগছ প্ৰস্তুত আৰু বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এই দুই শিক্ষকক। অভিযোগ অনুসৰি, তেওঁলোকে নিষিদ্ধ মেফেড্ৰন (এম ডি) নামৰ কৃত্ৰিম ড্ৰাগছ প্ৰস্তুত কৰি বিক্ৰী কৰিছিল।

এইদৰে দুয়োগৰাকী শিক্ষকে প্ৰায় ১৫ কোটি টকাৰ ড্ৰাগছ উৎপাদন কৰিছিল আৰু প্ৰায় ১৩ কোটি টকাৰ ড্ৰাগছ ইতিমধ্যে বিক্ৰী কৰা বুলি জানিবলৈ। ৰাজস্থানত সংঘটিত হৈছে এই ঘটনা।

Apply Now

উল্লেখযোগ্য যে, মেফেড্ৰন বা এম ডি এবিধ কৃত্ৰিম উদ্দীপক ঔষধক ‘বোম্বাৰ্ডি’ নামেৰে জনাজাত এই নিষিদ্ধ ড্ৰাগছৰ প্ৰতি লোকৰ আসক্তি অতি দ্রুত বৃদ্ধি পায়। এই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ৰ জৰিয়তে দুয়োগৰাকীয়ে বিপুল ধন উপাৰ্জনৰ চেষ্টা চলাইছিল।

এনচিবিয়ে জনোৱা মতে, ধৃত লোকসকলৰ নাম মনোজ ভাৰ্গৱ আৰু ইন্দ্ৰজিৎ বিষ্ণোই। দুয়োৰে বয়স ২৫ বছৰ। ৰাজস্থানৰ গংগাসাগৰ জিলাৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে মনোজে। ইন্দ্ৰজিৎ এজন পদাৰ্থ বিজ্ঞানৰ শিক্ষক। তেওঁ কোচিং চেণ্টাৰত শিক্ষক। ৰাজস্থান প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবেও তেওঁ প্ৰস্তুতি চলাইছে। অভিযোগ অনুসৰি, ভাড়াতীয়া ফ্লেটত পৰীক্ষাগাৰ স্থাপন কৰি দুয়োজনে ড্ৰাগছ তৈয়াৰ কৰিছিল।

এনচিবিৰ তদন্তত পোহৰলৈ আহিছে যে দুয়োজন বন্ধুৱে আগতে দিল্লীৰ পৰা ৰাসায়নিক সামগ্ৰী ক্ৰয় কৰিছিল। জেৰাৰ সময়ত তেওঁলোকে স্বীকাৰ কৰে যে যোৱা ডেৰ-দুমাহত তেওঁলোকে প্ৰায় পাঁচ কিলোগ্ৰাম এম ডি ঔষধ উৎপাদন কৰিছে। উৎপাদিত ঔষধৰ বজাৰ মূল্য ১৫ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। ইয়াৰে ৪ কেজিতকৈ অধিক ঔষধো বজাৰত বিক্ৰী হৈছিল। বাকী ৭৮০ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। দুয়োগৰাকী শিক্ষকৰ পৰীক্ষাগাৰৰ পৰা জব্দ কৰা হৈছে সকলো ৰাসায়নিক সামগ্ৰী। এই ড্ৰাগছ উৎপাদন আৰু সৰ্বৰাহৰ সৈতে লগত জড়িত সকলক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm
আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm
ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm
আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd