• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2025 5:54 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-মেঘালয় সীমান্তত অৱস্থিত বৰ্নিহাট চহৰ ২০২৫ চনৰ প্ৰথমাৰ্ধত ভাৰতৰ সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে। স্বতন্ত্ৰ গৱেষণা সংস্থা চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰ (CREA)-ৰ এক সমীক্ষা অনুসৰি, জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত বৰ্নিহাটত পি এম ২.৫ৰ গড় ঘনত্ব প্ৰতি ঘনমিটাৰত ১৩৩ মাইক্ৰ’গ্ৰাম হোৱাৰ বিপৰীতে দিল্লীত এই মাত্ৰা ৮৭ মাইক্ৰ’গ্ৰাম হৈছে, যাৰ ফলত দিল্লী এই তালিকাত দ্বিতীয় স্থানত আছে।

এই সমীক্ষাত শীৰ্ষ দহখন প্ৰদূষিত চহৰৰ তালিকাত বিহাৰৰ চাৰিখন চহৰ ক্ৰমে হাজীপুৰ, পাটনা, সাছাৰাম আৰু ৰাজগীৰ; উত্তৰ প্ৰদেশৰ গাজিয়াবাদ; হাৰিয়ানাৰ গুৰুগ্ৰাম; আৰু ওড়িশাৰ তালচেৰ আৰু ৰৌৰকেলা অন্তৰ্ভুক্ত হৈছে। ইয়াৰ বিপৰীতে মিজোৰামৰ আইজল চহৰ একে সময়তে দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে চিহ্নিত হৈছে।

Apply Now

CREA-ৰ প্ৰতিবেদন অনুসৰি, ২৯৩খন চহৰৰ ভিতৰত, য’ত কন্টিনিউয়াছ এম্বিয়েণ্ট এয়াৰ কোয়ালিটি মনিটৰিং চিষ্টেম (CAAQMS) স্থাপন কৰা হৈছে, ২৩৯খন চহৰত ৮০ শতাংশতকৈ অধিক দিনৰ বাবে অণুবীক্ষণিক কণিকাৰ (পি এম ২.৫) তথ্য পোৱা গৈছিল। এই তথ্যৰ ভিত্তিত বৰ্নিহাটৰ বায়ু প্ৰদূষণৰ মাত্ৰা অত্যন্ত উদ্বেগজনক বুলি প্ৰকাশ পাইছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দিল্লীত যান-বাহনৰ ওপৰত নিৰ্দিষ্ট নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত বায়ুৰ গুণাগুণ কিছু পৰিমাণে উন্নত হৈছে। কিন্তু, প্ৰদূষণৰ অন্যান্য উৎস যেনে শিল্প কাৰ্যকলাপ, নিৰ্মাণ কাম, আৰু জৈৱ ইন্ধনৰ দহনৰ প্ৰতি পৰ্যাপ্ত গুৰুত্ব দিয়া হোৱা নাই বুলি সমীক্ষাত সমালোচনা কৰা হৈছে।

বৰ্নিহাটৰ এই অৱস্থাই অসম চৰকাৰক এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ মাজলৈ ঠেলি দিছে। এনে পৰিস্থিতিত  অস্ম চৰ কাৰৰ বাবে পৰিৱেশ সুৰক্ষা আৰু জনস্বাস্থ্যৰ স্বাৰ্থত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে তৎকালীন আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা অতি জৰুৰী হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm
ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

June 7, 2026 3:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd