• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ লণ্ডনত উৰণৰ মাত্ৰ কেইমুহূৰ্তমানৰ পিছতে ভাঙি পৰিল বিমান! ৰাণৱেৰ ওচৰতে বিস্ফোৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2025 7:37 am
332
VIEWS
Share on FacebookShare on Twitter

ঠিক আহমেদাবাদৰ দৰেই লণ্ডনৰ চাউথেণ্ড বিমানবন্দৰত উৰণৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। জানিব পৰা মতে এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে।

বিমানখনত হোৱা বিস্ফোৰণৰ ভয়াবহ ছবি আৰু ভিডিঅ’ মুকলি কৰা হৈছে। যদিও দুৰ্ঘটনাটোত হতাহতিৰ খবৰ এতিয়াও স্পষ্ট হোৱা নাই। উদ্ধাৰৰ কাম আৰম্ভ হৈছে।

এচেক্স আৰক্ষীয়ে এই দুৰ্ঘটনা নিশ্চিত কৰিছে। এক বিবৃতিত তেওঁলোকে কয় যে চাউথেণ্ড বিমানবন্দৰত সংঘটিত হোৱা ভয়াৱহ কাণ্ডৰ বাবে আমি সেই স্থানত আছো। তাতে (দেওবাৰে) বিয়লি প্ৰায় ৪ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় এখন ১২ মিটাৰ দৈৰ্ঘ্যৰ বিমান। সাধাৰণতে এই আকাৰৰ বিমান এখনত সৰ্বাধিক ৯ জন যাত্ৰী আৰু ২ জন বিমানকৰ্মী বহিব পাৰে।

প্ৰাথমিকভাৱে পোৱা খবৰ মতে বিমানখন চাউথেণ্ড বিমানবন্দৰৰ পৰা নেদাৰলেণ্ডলৈ ৰাওনা হৈছিল। কিন্তু কেইছেকেণ্ডমান পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিল। বিমানখনত হোৱা বিস্ফোৰণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। দুৰ্ঘটনাৰ পিছতে সমগ্ৰ বিমানবন্দৰৰ চৌহদ ক’লা ধোঁৱাৰে আবৃত হৈ পৰে।

খবৰ পোৱাৰ লগে লগে উদ্ধাৰৰ কাম আৰম্ভ হয় । দুৰ্ঘটনাস্থলীত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু চিকিৎসা কৰ্মী উপস্থিত হয়।

Beech B200 Super King Air passenger plane crashes at London Southend Airport in Essex at around 4pm on Sunday afternoon.

It was headed to the Netherlands. The jet can carry 13 passengers and two crew.

Ambulance crews and Essex Police are at the scene.https://t.co/jX1cYYBfKn

— Paul A. Szypula 🇺🇸 (@Bubblebathgirl) July 13, 2025

এই কাণ্ডত স্তম্ভিত হৈ স্থানীয় লেবাৰ পাৰ্টিৰ সাংসদ ডেভিদ বাৰ্টনে চেমছনে এক্স হেণ্ডেলত লিখিছে, “মই সকলো ধৰণে দুৰ্ঘটনাগ্ৰস্তসকলৰ সৈতে আছো।”

ইফালে, চাউথেণ্ড বিমানবন্দৰৰ সূত্ৰ অনুসৰি এই দুৰ্ঘটনাৰ বাবে কমেও চাৰিখন বিমানৰ উৰণ বাতিল কৰা হৈছে।

Recent News

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd