• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ লণ্ডনত উৰণৰ মাত্ৰ কেইমুহূৰ্তমানৰ পিছতে ভাঙি পৰিল বিমান! ৰাণৱেৰ ওচৰতে বিস্ফোৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2025 7:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঠিক আহমেদাবাদৰ দৰেই লণ্ডনৰ চাউথেণ্ড বিমানবন্দৰত উৰণৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। জানিব পৰা মতে এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে।

বিমানখনত হোৱা বিস্ফোৰণৰ ভয়াবহ ছবি আৰু ভিডিঅ’ মুকলি কৰা হৈছে। যদিও দুৰ্ঘটনাটোত হতাহতিৰ খবৰ এতিয়াও স্পষ্ট হোৱা নাই। উদ্ধাৰৰ কাম আৰম্ভ হৈছে।

Apply Now

এচেক্স আৰক্ষীয়ে এই দুৰ্ঘটনা নিশ্চিত কৰিছে। এক বিবৃতিত তেওঁলোকে কয় যে চাউথেণ্ড বিমানবন্দৰত সংঘটিত হোৱা ভয়াৱহ কাণ্ডৰ বাবে আমি সেই স্থানত আছো। তাতে (দেওবাৰে) বিয়লি প্ৰায় ৪ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় এখন ১২ মিটাৰ দৈৰ্ঘ্যৰ বিমান। সাধাৰণতে এই আকাৰৰ বিমান এখনত সৰ্বাধিক ৯ জন যাত্ৰী আৰু ২ জন বিমানকৰ্মী বহিব পাৰে।

প্ৰাথমিকভাৱে পোৱা খবৰ মতে বিমানখন চাউথেণ্ড বিমানবন্দৰৰ পৰা নেদাৰলেণ্ডলৈ ৰাওনা হৈছিল। কিন্তু কেইছেকেণ্ডমান পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিল। বিমানখনত হোৱা বিস্ফোৰণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। দুৰ্ঘটনাৰ পিছতে সমগ্ৰ বিমানবন্দৰৰ চৌহদ ক’লা ধোঁৱাৰে আবৃত হৈ পৰে।

খবৰ পোৱাৰ লগে লগে উদ্ধাৰৰ কাম আৰম্ভ হয় । দুৰ্ঘটনাস্থলীত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু চিকিৎসা কৰ্মী উপস্থিত হয়।

Beech B200 Super King Air passenger plane crashes at London Southend Airport in Essex at around 4pm on Sunday afternoon.

It was headed to the Netherlands. The jet can carry 13 passengers and two crew.

Ambulance crews and Essex Police are at the scene.https://t.co/jX1cYYBfKn

— Paul A. Szypula 🇺🇸 (@Bubblebathgirl) July 13, 2025

এই কাণ্ডত স্তম্ভিত হৈ স্থানীয় লেবাৰ পাৰ্টিৰ সাংসদ ডেভিদ বাৰ্টনে চেমছনে এক্স হেণ্ডেলত লিখিছে, “মই সকলো ধৰণে দুৰ্ঘটনাগ্ৰস্তসকলৰ সৈতে আছো।”

ইফালে, চাউথেণ্ড বিমানবন্দৰৰ সূত্ৰ অনুসৰি এই দুৰ্ঘটনাৰ বাবে কমেও চাৰিখন বিমানৰ উৰণ বাতিল কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm
বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

বিষ্ণু ৰাভা আমি এতিয়া গভীৰ নিদ্ৰাত

June 23, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd