• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
July 15, 2025 7:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ২৪ জন লোকৰ মৃত্যু হোৱা ঘটনাত আম আদমি পাৰ্টী, অসম য়ে গভীৰ দুখ প্ৰকাশ কৰা লগতে উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷

আজি প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীব শইকীয়াই উদ্বিগ্নতাৰে কয় যে ৰাজ্যখনত এতিয়ালৈকে ২৫০ জন লোক এই ৰোগত আক্ৰান্ত হৈ থকাৰ লগতে ২৪ জন লোক মৃত্যু হোৱাৰ পিছতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ স্বাস্থ্য বিভাগৰ বিশেষ তৎপৰতা পৰিলক্ষিত নহ’ল ৷ ৰাজনৈতিক বিষয়বোৰৰ বেলিকা সংবাদ মাধ্যমত পৃষ্ঠাই পৃষ্ঠাই ডাঙৰ ডাঙৰ বিজ্ঞাপন প্ৰচাৰ কৰি চমক সৃষ্টি কৰা বিজেপি চৰকাৰে ৰাইজৰ মাজত এই ভয়াৱহ ৰোগৰ সজাগতা সৃষ্টিৰ বাবে বিজ্ঞাপন প্ৰচাৰ কৰা দেখা নগ’ল ৷

Apply Now

বিবৃতিটোত আম আদমি পাৰ্টীৰ ৰাজ্যিক নেতাজনে অভিযোগ কৰি কয়, এই ৰোগত ২৪ জনকৈ মানুহ মৃত্যু হোৱাৰ পিছতো ৰাজ্যৰ স্বাস্থ্য বিভাগে গাঁৱে গাঁৱে, চহৰে নগৰে ম’হ নিবাৰনৰ বাবে ধোঁৱা আদিৰ ব্যৱস্থা নকৰিলে ৷ ঔষধযুক্ত আঁঠুৱাৰ ব্যৱস্থা নকৰিলে ৷ সজাগতামুলক সভা, মাইকযোগে সজাগতামুলক ঘোষণা, প্ৰচাৰ পত্ৰিকা আদিৰ ব্যৱস্থা নকৰিলে ৷

এয়া ৰাজ্যৰ স্বাস্থ্য বিভাগৰ চূড়ান্ত অৱহেলা আৰু ব্যৰ্থতা বুলি অভিযোগ কৰি ৰাজীব শইকীয়াই কয় যে, আমি স্বাস্থ্য মন্ত্ৰী অশোক সিংঘলৰ পদত্যাগৰ দাবী জনাইছোঁ ৷

অন্যহাতে বিবৃতিটোৰ জৰিয়তে আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীব শইকীয়াই ৰাজ্যখনৰ সকলো অঞ্চলত ম’হ নিবাৰণৰ বাবে ধোঁৱা , ম’হ প্ৰতিৰোধক কীটনাশক প্ৰদান , ৰাইজক ঔষধযুক্ত আঁঠুৱা প্ৰদান, জনসজাগতাৰ বাবে  চৰকাৰে সজাগতা কাৰ্যসূচী হিচাপে প্ৰচাৰ পত্ৰ, মাইকযোগে সজাগতামুলক প্ৰচাৰৰ ব্যৱস্থা কৰা, এই ৰোগত ইতিমধ্যে মৃত্যু হোৱা লোকৰ পৰিয়ালক উপযুক্ত চৰকাৰী সাহাৰ্য প্ৰদান, আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীসকলক বিশেষ চিকিৎসাৰ ব্যৱস্থা কৰা আৰু গাঁওসমুহত স্বাস্থ্য ও চিকিৎসা সেৱা শিৱিৰ স্থাপন কৰি সকলোৰে স্বাস্থ্য পৰীক্ষা কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

উল্লেখ্য যে অহা ১৭ জুলাইত আম আদমি পাৰ্টীৰ প্ৰতিখন জিলা সমিতিয়ে জাপানীজ এনকেফেলাইটিছৰোগ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ দাবী জনাই জিলা আয়ুক্তসকলৰ হাতত দাবী পত্ৰ প্ৰদান কৰিব ৷

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd