• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছচিয়েল মিডিয়াত বিজ্ঞাপন দেখি ওজন কমাবলৈ গৈ কৰুণ মৃত্যুক সাবটিলে মহিলাই

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
July 18, 2025 12:23 pm
68
VIEWS
Share on FacebookShare on Twitter

ওজন কমাবৰ বাবে অস্ত্ৰোপচাৰৰ সহায় লৈ কৰুণ মৃত্যুক আকোঁৱালি ল’লে এগৰাকী ৫৫ বছৰীয়া মহিলাই। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মীৰাট চহৰত। এখন ব্যক্তিগত চিকিৎসালয়ত দেহৰ ওজন কমোৱাৰ উদ্দেশ্যে বেৰিয়েট্ৰিক অস্ত্ৰোপচাৰ কৰিবলৈ অহা মহিলাগৰাকী চিকিৎসকৰ ভুলৰ বাবেই মৃত্যুক সাবটি লোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে। যাক লৈ উত্তপ্ত হৈ পৰিছে চিকিৎসালয় চৌহদ।

ব্যৱসায়ী ব্ৰজমোহন গুপ্তাৰ পত্নী তথা সদৰ বজাৰৰ বাসিন্দা ৰজনী গুপ্তাক যোৱা ১১ জুলাইত মীৰাটস্থিত নুটিমা হাস্পতালত ওজন কমোৱাৰ উদ্দেশ্যে অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰোৱা হৈছিল। পৰিয়ালৰ মতে, ছ’চিয়েল মিডিয়াৰ বিজ্ঞাপনৰ পৰা বেৰিয়েট্ৰিক অস্ত্ৰোপচাৰৰ বাবে অনুপ্ৰাণিত হৈছিল মহিলাগৰাকী। অস্ত্ৰোপচাৰৰ সময়ত মহিলাগৰাকীৰ ওজন ১২৩ কিলোগ্ৰাম আছিল আৰু এই অস্ত্ৰোপচাৰৰ দায়িত্ব লৈছিল বিশেষজ্ঞ চিকিৎসক ডাঃ ঋষি সিংঘালে।

মৃতকৰ পুত্ৰ শুভম গুপ্তাই কয় যে তেওঁৰ ভগ্নী শিৱানীৰ ওজনো প্ৰায় ১২০ কিলোগ্ৰাম আছিল, তেওঁকো মাতৃৰ সৈতে অস্ত্ৰোপচাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু চিকিৎসকে ২৪ ঘণ্টাৰ ভিতৰত ৩০ কেজি ওজন কমাব বুলি প্ৰতিশ্ৰুতি দিছিল। শিৱানীৰ অপাৰেচন সফল হয় যদিও অস্ত্ৰোপচাৰৰ পাছতে ৰজনী গুপ্তায়ে মৃত্যু বৰণ কৰে।

Recent News

এটা বিত্তীয় বৰ্ষতে BCCI-ৰ উপাৰ্জন প্ৰায় ১০ হাজাৰ কোটি; IPLৰ পৰাই আহিছে ৫ হাজাৰ কোটিৰো অধিক

এটা বিত্তীয় বৰ্ষতে BCCI-ৰ উপাৰ্জন প্ৰায় ১০ হাজাৰ কোটি; IPLৰ পৰাই আহিছে ৫ হাজাৰ কোটিৰো অধিক

ছচিয়েল মিডিয়াত বিজ্ঞাপন দেখি ওজন কমাবলৈ গৈ কৰুণ মৃত্যুক সাবটিলে মহিলাই

ছচিয়েল মিডিয়াত বিজ্ঞাপন দেখি ওজন কমাবলৈ গৈ কৰুণ মৃত্যুক সাবটিলে মহিলাই

‘ভেনাছ ইনচাফিচিয়েন্সি’ ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি ট্ৰাম্প; কিমান গুৰুতৰ? জনালে হোৱাইট হাউছে

‘ভেনাছ ইনচাফিচিয়েন্সি’ ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি ট্ৰাম্প; কিমান গুৰুতৰ? জনালে হোৱাইট হাউছে

আম্বানীৰ চিৰিয়াখানাত ফুটুকী হৰিণ এৰি দিয়াক লৈ বিতৰ্ক; পশু প্ৰেমৰ আঁৰত প্ৰৱঞ্চনাৰ অভিযোগ!

আম্বানীৰ চিৰিয়াখানাত ফুটুকী হৰিণ এৰি দিয়াক লৈ বিতৰ্ক; পশু প্ৰেমৰ আঁৰত প্ৰৱঞ্চনাৰ অভিযোগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd