• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2025 11:28 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্দিৰ চৌহদত গণ-সমাধি! এটা বা দুটা নহয়! ১০০ টা গণ সমাধি! উদ্ধাৰ কংকাল! সকলো নাৰীদেহৰ কংকাল! আৰু এই ঘটনাৰ আধাৰত কৰ্ণাটকৰ জনপ্ৰিয় তীৰ্থস্থান ধৰ্মস্থল সন্দৰ্ভত চৰ্চালৈ আহিছে ভয়ংকৰ অভিযোগ।

অভিযোগ অনুসৰি বছৰ বছৰ ধৰি মন্দিৰ চৌহদত শতাধিক নাৰীক ধৰ্ষণ আৰু হত্যা কৰা হৈছে। আৰু এই ভয়ংকৰ অভিযোগে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে।

Apply Now

মন্দিৰৰ এগৰাকী প্ৰাক্তন চাফাই কৰ্মীয়ে এই দাবী কৰিছে। তেওঁ দাবী কৰে যে ১৯৯৫ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ মন্দিৰ কৰ্তৃপক্ষৰ প্ৰভাৱশালী লোকৰ নাৰকীয় নিৰ্যাতনৰ বলি হোৱা ছোৱালীকে ধৰি মহিলাৰ মৃতদেহ সমাধিস্থ কৰিছিল আৰু আনকি কিছুমানক জ্বলাই দিছিল।

তেওঁ দাবী কৰে যে নিৰ্যাতন আৰু হত্যা কৰা মহিলাৰ সংখ্যা ১০০ তকৈ অধিক হোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ তেওঁ কিছুমান কংকাল খান্দি উলিয়াইও আনিছে।

তেওঁ অভিযোগ কৰে যে, “বহুত মহিলাৰ শৰীৰত নূন্যতম কাপোৰ বা অন্তৰ্বাসো নাছিল। যৌন নিৰ্যাতন আৰু নৃশংস হত্যাৰ স্পষ্ট লক্ষণ দেখা গৈছিল। হয় ডিঙি চেপি হত্যা কৰা হৈছিল, নহয় শৰীৰত আঘাত পোৱাৰ বাবে তেজ ওলাই মৃত্যুমুখত পৰিছিল। ইয়াৰ পৰা ভয়ংকৰ হিংসাৰ ইংগিত পোৱা যায়।

ছাত্ৰীকে ধৰি ১০০ৰো অধিক মহিলাক ধৰ্ষণ, হত্যা আৰু সমাধিস্থ কৰা হৈছিল। আনকি নাবালিকাও আছিল।” এই কথাই তেওঁ অভিযোগ পত্ৰত লিখিছে। তেওঁৰ অভিযোগৰ সমৰ্থনত তেওঁ ধৰ্মস্থলী আৰক্ষীক কংকালৰ অৱশিষ্টৰ ফটোও প্ৰদান কৰে।

উল্লেখ্য যে কৰ্ণাটকৰ এক গুৰুত্বপূৰ্ণ তীৰ্থস্থান ধৰ্মস্থল। কৰ্ণাটকৰ বাহিৰৰ পৰাও এই তীৰ্থস্থানৰ আকৰ্ষণৰ বাবে ইয়ালৈ আহে। নগৰৰ মাজমজিয়াত অৱস্থিত ধৰ্মস্থল ভগৱান মঞ্জুনাথৰ মন্দিৰ। জনা যায় যে এই মন্দিৰ পৰিচালনাৰ দায়িত্ব আছে এটা প্ৰভাৱশালী পৰিয়াল।

প্ৰাক্তন ছাফাই কৰ্মীগৰাকীয়ে দাবী কৰে যে একাংশ অপৰাধী মন্দিৰ প্ৰশাসনৰ সৈতেও জড়িত। প্ৰায় দুটা দশক ধৰি তেওঁ অগণন ভুক্তভোগীৰ মৃতদেহ সমাধিস্থ কৰিবলৈ বা জ্বলাই দিবলৈ বাধ্য হৈছিল। লগতে তেওঁ এই নিৰ্দেশ পালন নকৰিলে মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে।

২০০৩ চনত এম বি বি এছৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰী কলেজৰ পৰা ধৰ্মস্থললৈ ভ্ৰমণলৈ আহোতে সন্ধানহীন হৈছিল। প্ৰাক্তন ছাফাই কৰ্মীগৰাকীয়ে মুখ খোলাৰ পিছত ছাত্ৰীগৰাকীৰ পৰিয়ালেও তেওঁলোকৰ কন্যা নিৰুদ্দেশৰ ৰহস্যৰ নতুন তদন্তৰ দাবী জনাইছে। এই ঘটনাত এছ আই টিৰ তদন্তৰ বাবে এখন আৱেদনো মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ ওচৰত দাখিল হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd