• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰ একাডেমিত বৃক্ষৰোপণ কাৰ্যসূচী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 5, 2018 4:44 pm
tree plantation 2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৫ জুনৰ দিনটো সমগ্ৰ বিশ্ব জুৰি বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰাৰ সমান্তৰালকৈ গুৱাহাটীৰ দিচপুৰস্থিত শ্ৰীমন্ত শংকৰ একাডেমিতো অতি উলহ-মালহেৰে পৰিৱেশ দিৱস উদযাপন কৰা হয়।

উল্লেখযোগ্য যে বিদ্যালয়খনৰ চৌদিশে আজিৰ দিনটোত ১৫০ টা বিভিন্ন প্ৰজাতিৰ গছৰ পুলি ৰোপণ কৰা হয়।

Apply Now

তদুপৰি ‘কেয়াৰ লুইত’ নামৰ প্ৰতিষ্ঠানটোৱে বিদ্যালয়খনলৈ ১২০ টা ভিন্ন প্ৰজাতিৰ গছৰ পুলি দান কৰে। আনহাতে, অন্য ৩০ টা গছৰ পুলি  একাডেমিৰেই পদাৰ্থ বিজ্ঞানৰ শিক্ষক নজৰুল ইছলামে তেওঁৰ পিতৃৰ স্মৃতিত প্ৰদান কৰে।

এই বৃক্ষৰোপণ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ পৰিৱৰ্তন আৰু বিকাশ বিভাগৰ সচিব কমলাকান্ত নাথকে ধৰি এই বৰ্ষৰ ৰজত কমল বঁটা বিজয়ী চলচ্চিত্ৰ পৰিচালক উৎপল বৰপুজাৰী আৰু ‘কেয়াৰ লুইত’ৰ তৰফৰ পৰা কিশোৰ জয়ন্ত মাধৱ, ঋতুৰাজ বৰা আৰু উৎপল দাস উপস্থিত থাকে।

বিদ্যালয়খনৰ অধ্যক্ষা ড০ গীতা দত্ত বৰুৱাই প্ৰথমটো গছৰ পুলি ৰোপণ কৰাৰ লগতে অন্য আমন্ত্ৰিত অতিথিসকলেও গছৰ পুলি ৰোপণ কৰে। এই বৃক্ষৰোপণ কাৰ্য্যসূচীত চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শ্ৰেণীৰ অধিনায়ক আৰু উপ শ্ৰেণী অধিনায়কসকলেও সহায়-সহযোগিতা আগবঢ়ায়।

tree plantation 1

উল্লেখযোগ্য যে এই বৃক্ষৰোপণ কাৰ্য্যসূচীত বিদ্যালয়খনৰ অধ্যক্ষাই তেখেতৰ ভাষণত প্লাষ্টিক আৰু পলিথিন ব্যৱহাৰৰ ভয়াবহতাৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোৱাৰ লগতে ‘প্লাষ্টিক আৰু পলিথিনৰ ব্যৱহাৰ ত্যাগ কৰি পৰিৱেশত প্ৰদূষণৰ মাত্ৰা কমাবৰ বাবেও উপদেশ দিয়ে।

আনহাতে ওপৰ মহলাৰ জ্যেষ্ঠ ভাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নিলীমা গোস্বামীয়ে  পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তৃতা  প্ৰদান কৰে।

উল্লেখযোগ্য যে পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সংৰক্ষণৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছিল।

বিদ্যালয়খনৰ অধ্যক্ষা ড০ বৰুৱাই নৰ্থ ইষ্ট নাওক জনোৱা মতে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰ পিছতে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি বৃক্ষৰোপণ কাৰ্য্যসূচী অনুষ্ঠিত কৰে।

বিশ্ব পৰিৱেশ দিৱস ৰ সৈতে সংগতি ৰাখি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে নীলা, সেউজীয়া আৰু মটীয়া ৰং সন্নিৱিষ্ট সাজ-পোছাক পৰিধান কৰি আহে। পৃথিৱীৰ পানীৰ ৰং নীলা, ঘাঁহ-বন, গছ-গছনিৰ ৰং সেউজীয়া আৰু মাটিৰ ৰং মটীয়া। গতিকে ছাত্ৰ-ছাত্ৰীসকলে পৃথিবীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা এই পোছাক-পৰিচ্ছদ পৰিধান কৰি অহা বুলি বিদ্যালয়খনৰ অধ্যক্ষা ড০ গীতা দত্ত বৰুৱাই আমাৰ সাংবাদিকক জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd