• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

নখ হালধীয়া হোৱা, বাৰে বাৰে ভাঙি যোৱা… কিয় এনে হয় জানো আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2025 7:30 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নখে আমাৰ হাতৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৰ বিষয়েও ইংগিত প্ৰদান কৰে। নখৰ ৰং, গঠন বা অস্বাভাৱিকতা বিভিন্ন ৰোগৰ লক্ষণ হ’ব পাৰে। সুস্থ নখ সাধাৰণতে পাতল গোলাপী ৰঙৰ আৰু কঠিন গঠনৰ হয়। কিন্তু শৰীৰত পুষ্টিৰ অভাৱ বা অন্য সমস্যাৰ বাবে নখত ৰুক্ষতা, হালধীয়া ৰং, ভাঙন বা বগা দাগৰ দৰে সমস্যা দেখা দিব পাৰে। এনে লক্ষণৰ আঁৰৰ কাৰণ জানি লোৱাটো গুৰুত্বপূৰ্ণ।  

নখৰ সমস্যা আৰু ইয়াৰ কাৰণ

Apply Now

ৰুক্ষ আৰু ভাঙি যোৱা নখ: নখৰ ৰুক্ষতা বা সঘনাই ভাঙি ফাটি যোৱাটোক ‘অনিকোচিজিয়া’ বোলা হয়। পানীৰ সৈতে বেছি কাম কৰিলে, যেনে বাচন ধোৱা বা কাপোৰ ধোৱা, এই সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও হাইপোথাইৰয়ডিজম বা আইৰণৰ অভাৱৰ বাবেও এনে হ’ব পাৰে। এনে সমস্যাৰ পৰা বাচিবলৈ পানীৰে কাম কৰাৰ সময়ত গ্ল’ভছ পিন্ধক আৰু আলফা হাইড্ৰক্সি এচিড (AHA) বা লেনলিনযুক্ত লোচন ব্যৱহাৰ কৰক।

কোমল আৰু দুৰ্বল নখ: নখ অতি কোমল বা সহজে ভাঙি যোৱাৰ কাৰণ হ’ব পাৰে ভিটামিন বি, কেলচিয়াম, আইৰণ বা ফেটি এচিডৰ অভাৱ। অত্যধিক আৰ্দ্ৰতা বা ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শতো এনে হ’ব পাৰে। এই সমস্যা সমাধানৰ বাবে মাল্টিভিটামিন গ্ৰহণ কৰিব পাৰে।

নখত ৰেখা: নখত দীঘলীয়া ৰেখা দেখা দিলে সাধাৰণতে ই গুৰুতৰ নহয়। কিন্তু ৰেখাৰ সৈতে নখ ভাঙে বা ৰং সলনি হয়, তেন্তে ই চিন্তাৰ কাৰণ হ’ব পাৰে। অনুভূমিক ৰেখা বৃক্কৰ সমস্যাৰ ইংগিত দিব পাৰে।

হালধীয়া নখ: নখ হালধীয়া হোৱাটো সাধাৰণ সমস্যা হ’লেও ই থাইৰয়ড, চ’ৰিয়াচিছ বা ডায়েবেটিছৰ দৰে গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। সংক্ৰমণৰ কাৰণে হালধীয়া হ’লে চাহ গছৰ তেল ব্যৱহাৰ কৰিব পাৰে, কিন্তু স্বাস্থ্যজনিত কাৰণ হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।

নখত বগা দাগ: নখত সৰু বগা দাগ সাধাৰণত শিশুকালত দেখা যায়, কিন্তু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ই জিংকৰ অভাৱ, ভেঁকুৰৰ সংক্ৰমণ বা এলাৰ্জিৰ লক্ষণ হ’ব পাৰে। দীৰ্ঘদিন এনে লক্ষণ থাকিলে চিকিৎসকৰ পৰা পৰামৰ্শ লওক।

নখৰ তৰপ উঠা: ভৰিৰ নখৰ তৰপ খোলা খোলা হ’লে ই আইৰণৰ অভাৱৰ লক্ষণ হ’ব পাৰে। হাতৰ নখত এনে হ’লে বাহ্যিক আঘাত বা ফেনযুক্ত পানীত বেছি সময় কাম কৰাৰ ফল হ’ব পাৰে।

নখৰ এই সমস্যাসমূহৰ কাৰণ জানিবলৈ আৰু সঠিক চিকিৎসাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। সুষম খাদ্য, পৰ্যাপ্ত পানী গ্ৰহণ আৰু নখৰ যত্নৰ অভ্যাসে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd