• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2025 9:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৯ কোটি টকাৰ আয়কৰ ফাঁকিৰ গোচৰত পুনৰ বিপদত পৰিল কংগ্ৰেছ। কংগ্ৰেছে আয়কৰ আপীল ন্যায়াধিকৰণৰ কাষ চাপিছিল আৰু সেই বৃহৎ কৰ কৰ্তনৰ দাবী জনাইছিল। কিন্তু সেইটোৱে কংগ্ৰেছ শিবিৰৰ কাকো কোনো সকাহ নিদিলে।

আয়কৰ বিভাগে ২০১৮-১৯ বিত্তীয় বৰ্ষত ১৯৯ কোটি টকাৰ আয়কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। কংগ্ৰেছে দাবী কৰিছিল যে, তেওঁলোকে সেই ১৯৯ কোটি টকা অনুদান হিচাপে পাইছিল। গতিকে কৰ ৰেহাই পোৱা উচিত। সমস্যাটো হ’ল, কংগ্ৰেছ শিবিৰে সেই বছৰৰ নিৰ্ধাৰিত তাৰিখত আয়কৰ দাখিল কৰা নাছিল। কংগ্ৰেছে ২০১৯ চনৰ ২ ফেব্ৰুৱাৰীত সেই বছৰৰ আয়কৰ দাখিল কৰিছিল।কিন্তু সেই বছৰৰ ইনকম টেক্স ৰিটাৰ্ণ দাখিলৰ অন্তিম তাৰিখ আছিল ৩১ ডিচেম্বৰ।

ইয়াতেই শেষ নহয়, নিৰ্বাচন আয়োগে অভিযোগ কৰিছিল যে কংগ্ৰেছে দাবী কৰিছিল যে তেওঁলোকৰ পুঁজিত জমা হোৱা সমগ্ৰ ধন সেই বছৰৰ অনুদানহে। ফলত আয় শূন্য। কিন্তু পিছত তদন্তত প্ৰকাশ পাইছে যে সেই বছৰ কংগ্ৰেছে ১৪.৪৯ লাখ টকাৰ নগদ অনুদান লাভ কৰিছিল, আনহাতে প্ৰতিজন দাতাৰ বাবে ২০০০ টকাতকৈ অধিক অনুদানৰ বাবে ই আইনৰ বিৰুদ্ধে। কাৰণ আইন অনুসৰি চেক বা বেংক ট্ৰেন্সফাৰৰ জৰিয়তে ২০০০ টকীয়াতকৈ অধিক চান্দা লাভ কৰাটো বাধ্যতামূলক। এই অনিয়মৰ ভিত্তিত আয়কৰ বিভাগে সমগ্ৰ ধনৰ ওপৰত কৰ আদায়ৰ দাবী জনাইছে। সেই সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছ আয়কৰ আপীল ন্যায়াধিকৰণৰ কাষ চাপিছিল। কিন্তু তাত কোনো সকাহ নাছিল। সময়মতে আয়কৰ ৰিটাৰ্ণ দাখিল নকৰাৰ বাবে কংগ্ৰেছে কৰ ৰেহাইৰ সুবিধা লাভ নকৰে বুলি ন্যায়াধিকৰণে জানিবলৈ দিয়ে।

উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগৰে পৰাই আয়কৰৰ সমস্যাৰ সন্মুখীন হৈ আহিছে কংগ্ৰেছ শিবিৰ। আয়কৰ বিভাগে কংগ্ৰেছৰ কেইবাটাও একাউণ্টো ফ্ৰীজ কৰি ৰাখিছিল। ২৪ সংখ্যক লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে লাভ কৰিছিল প্ৰায় ১৭০০ কোটি টকাৰ আয়কৰৰ জাননী। কোৱা হৈছে যে ২০১৪-১৫ আৰু ২০১৬-১৭ বিত্তীয় বৰ্ষৰ বাবে ১৭৪৫ কোটি টকা জৰিমনা ভৰিব লাগিব। ইয়াৰ পূৰ্বে ১৯৯৪-৯৫, ২০১৭-১৮ চনৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে আয়কৰৰ জাননী প্ৰেৰণ কৰা হৈছিল। সেই সংখ্যা আছিল প্ৰায় ১৮ বিলিয়ন। ফলত কংগ্ৰেছক মুঠ ৩৫৬৭ কোটি টকা জৰিমনা আদায় দিবলৈ কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

September 8, 2025 11:46 am
পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

September 8, 2025 10:32 am
মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

September 8, 2025 9:52 am
সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

September 8, 2025 8:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

September 8, 2025 11:46 am
পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

September 8, 2025 10:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd