• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

পুহিব নোৱাৰিব পিটবুলৰ দৰে হিংস্ৰ প্ৰজাতিৰ কুকুৰ : পুহিলেই হ’ব কমেও তিনিমাহ জেইল

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 24, 2025 5:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বেও ৰটৱেইলাৰ আৰু পিটবুল কুকুৰে শিশুক কামোৰাৰ ঘটনা সংঘটিত হৈছে। পুনৰ যাতে এনে ঘটনা নহয় তাৰ বাবে বিধানসভাত নতুন আইন প্ৰণয়ন কৰা হৈছে।

এই আইনত উল্লেখ কৰা হৈছে যে বিপজ্জনক বুলি শ্ৰেণীভুক্ত কৰা কোনো জন্তু ঘৰত পুহিলে ৩ মাহ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে।

Apply Now

‘গোৱা পশু প্ৰজনন আৰু পোহনীয়া জন্তু (নিয়ন্ত্ৰণ আৰু ক্ষতিপূৰণ) বিধেয়ক ২০২৫’ অনুসৰি ৰাজ্য চৰকাৰে চৰকাৰী ৰাজপত্ৰৰ জৰিয়তে কোনো বিশেষ প্ৰাণী বা প্ৰজাতিক ‘আক্ৰমণাত্মক বা বিপজ্জনক’ বুলি ঘোষণা কৰিব পাৰে। ঘোষণা কৰাৰ পিছত সেই জন্তুটো ৰখা, প্ৰজনন বা আমদানি কৰা নিষিদ্ধ হ’ব।

বিধেয়কখন উত্থাপন কৰাৰ সময়ত বিৰোধী দলৰ নেতা ইউৰি আলেমাও, গোৱা ফৰৱাৰ্ড পাৰ্টিৰ বিধায়ক বিজয় চৰ্দেছাই আৰু কংগ্ৰেছৰ কাৰ্লোছ ফেৰেইৰাই এই সন্দৰ্ভত বিতং আলোচনাৰ দাবী জনায়। কিন্তু মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই স্পষ্টকৈ কয় যে, ‘মানুহৰ সুৰক্ষাৰ কথা মনত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।’

আইনে কি কয়?

• যদি কোনো জন্তু বিপজ্জনক জন্তু বুলি চিনাক্ত হয় তেন্তে ৩০ দিনৰ ভিতৰত পশুপালন বিভাগক সেই জন্তুৰ মালিকে খবৰ দিব লাগিব।

• ৬০ দিনৰ ভিতৰত জন্তুটোক বীজাণুমুক্ত কৰিব লাগিব।

• আইন মানি নচলিলে নূন্যতম ১৫ দিন আৰু সৰ্বাধিক ৩ মাহৰ কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা আৰু সামূহিক সেৱাও শাস্তি হিচাপে দিয়া হ’ব পাৰে।

• আদালতে ইচ্ছা কৰিলে জেলৰ পৰিৱৰ্তে সামূহিক সেৱা জাপি দিব পাৰি।

এই আইনত উল্লেখ আছে যে কোনো আক্ৰমণাত্মক জন্তুৰ বাবে কোনো লোক আঘাতপ্ৰাপ্ত হ’লে বা মৃত্যু হ’লে ক্ষতিপূৰণ বিচাৰিব পাৰি। ঘটনাৰ ৬ মাহৰ ভিতৰত ইয়াৰ বাবে আবেদন দাখিল কৰিব লাগিব, আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই ৩ মাহৰ ভিতৰত নিষ্পত্তি কৰিব লাগিব। পশুপালন সঞ্চালকালয়ে জীৱ-জন্তুৰ এখন তালিকা ৰক্ষণাবেক্ষণ কৰিব।

উল্লেখ্য যে ২০২৪ চনত কেন্দ্ৰীয় চৰকাৰে পিটবুল, ৰটৱেইলাৰ, আমেৰিকান বুলডগ, কেন কৰ্চো, মাষ্টিফকে ধৰি ২৩টা ‘বিপজ্জনক কুকুৰ’ জাতৰ আমদানি, বিক্ৰী আৰু প্ৰজনন নিষিদ্ধ কৰিছিল।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd