• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীৰ স্বাস্থ্য খণ্ডক উন্নীত কৰাৰ প্ৰয়াসেৰে মাজুলীত এপ’ল’ হস্পিতালৰ বিশেষজ্ঞৰ দল

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 5, 2018 10:50 pm
Apollo Hospital Specialist at Majuli
292
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ জনসাধাৰণক দেশৰ আগশাৰীৰ চিকিৎসা বিশেষজ্ঞৰ পৰা টেলি মেডিচিন প্ৰযুক্তিৰে সহজ চিকুৎসা নিদান উপলব্ধ কৰোৱাৰ বিষয়ে অধ্যয়ন কৰিবলৈ চেন্নাইৰ এপ’ল’ হস্পিতালৰ বিশিষ্ট চিকিৎসক ড০ কে গণপঠী মাজুলীত উপস্থিত হৈছেহি।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অনুৰোধত এপ’ল’ হস্পিতাল কতৃপক্ষই দেশৰ আগশাৰীৰ চিকিৎসালয়খনৰ বিশেষজ্ঞ চিকিৎসক তথা এপ’ল’ মেডিচিন নেটৱৰ্কিং ফাউণ্ডেচনৰ সভাপতি ড০ গণপঠীক জৰুৰীভাৱে মাজুলীলৈ প্ৰেৰণ কৰিছে।

দুই সহযোগী ডাঃ ৰোহন আৰু ইলীনৰ সৈতে মাজুলীত উপস্থিত হোৱা ডা০ গণপঠীয়ে আৰ্চেনিকৰ দ্বাৰা প্ৰদূষিত চেলেক চেচাচুক অঞ্চল ভ্ৰমন কৰি স্থানীয় শিশুসকলৰ লগতে বাসিন্দাসকলৰ স্বাস্থ্যজনিত সমস্যাৰ বুজ লয়।

মাজুলী জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধায়ক ডা০ শশীধৰ ফুকনৰ লগতে মাজুলীৰ চিকিৎসালয়সমুহৰ চিকিৎসক, ৰোগী আৰু স্বাস্থ্যকৰ্মীৰ সৈতে বিশেষজ্ঞ গৰাকীয়ে গৰাকীয়ে মত বিনিময় কৰে। ভৌগোলিকভাৱে অতি জটিল অৱস্থানত থকা মাজুলীৰ লোকসকলক টেলি মেডিচিন পদ্ধতিৰে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা নিদান প্ৰদানেৰে জিলাখনৰ প্ৰাথমিক স্বাস্থ্য সেৱাক উন্নীত কৰাৰ বাবে প্ৰয়োজনীয় সকলো দিশ অধ্যয়ন কৰে বিশেষজ্ঞৰ দলটোৱে ।

চেন্নাইৰ এপ’ল’ হস্পিতালৰ বিশেষজ্ঞ গৰাকীয়ে মাজুলীৰ প্ৰাথমিক স্বাস্থ্য সেৱা ব্যৱস্থাক ফলপ্ৰসু আৰু টেলি মেডিচিন পদ্ধতিৰে উন্নীত কৰাৰ সন্দৰ্ভত এখন প্ৰকল্প প্ৰতিবেদন যুগুত কৰি অতি শীঘ্ৰে গুৱাহাটীত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আয়ুক্তৰ ওচৰত দাখিল কৰিব।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd