• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন্যায়-অন্যায়! হীৰাত ১.৫% কিন্তু স্বাস্থ্য বীমাৰ ওপৰত ১৮%, জি এছ টিৰ হাৰক লৈ ক্ষোভ নেটিজেনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2025 5:56 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ জি এছ টি ব্যৱস্থাৰ গাঁথনি সন্দৰ্ভত বিভিন্ন মহলত প্ৰায়ে প্ৰশ্ন উত্থাপন হয়। বিভিন্ন সামগ্ৰীৰ জি এছ টি হাৰক লৈ অসন্তুষ্টিও সৃষ্টি হৈছে। একেদৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টে পুনৰবাৰ জি এছ টিৰ হাৰৰ বিষয়টো চৰ্চালৈ আনিছে।

শেহতীয়াকৈ ৰাজেশ্বৰী আয়াৰ নামৰ এগৰাকীয়ে এক্স হেণ্ডলে জি এছ টিৰ সৈতে জড়িত এটা পোষ্ট কৰিছিল। সেই পোষ্টটোৰ বিষয়বস্তু হ’ল, হীৰাৰ ওপৰত জি এছ টি ১.৫%। BMW I-series গাড়ীত GST হৈছে ৫%। অথচ ঔষধৰ ওপৰত ৫%ৰ পৰা ১৮%লৈ জি এছ টি। স্বাস্থ্য বীমাৰ ওপৰত জি এছ টি ১৮%। ইয়াৰ পিছত পোষ্টটোত স্বাস্থ্য বীমা কৰমুক্ত কৰাৰ দাবী জনোৱা হৈছে।

Apply Now

এই পোষ্টটো চোৱাৰ পিছত নেটিজেনসকলে জি এছ টি হাৰৰ বিষয়ে আলোচনাত নামি পৰিছে। এই সন্দৰ্ভত তেওঁলোকে নিজৰ নিজৰ মতামত প্ৰকাশ কৰিছে। একাংশই ক্ষোভ প্ৰকাশ কৰি এই সন্দৰ্ভত নিজৰ হতাশা লুকুৱাই ৰখা নাই।

হীৰা, বিলাসী গাড়ীৰ দৰে বিলাসী সামগ্ৰীৰ ওপৰত কিয় কম হাৰত জি এছ টি আৰোপ কৰা হৈছে সেই লৈ প্ৰশ্ন উত্থাপন হৈছে। ঔষধ আৰু স্বাস্থ্য বীমাৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টিৰ হাৰ কিয় বেছি সেই প্ৰশ্নও উত্থাপন কৰিছে নেটিজেনৰ এক বৃহৎ অংশই।

স্বাস্থ্য বীমাৰ ওপৰত জি এছ টিৰ হাৰক লৈ ক্ষোভৰ বিষয়টো নতুন নহয়। এই সন্দৰ্ভত বিগত সময়ত দেশৰ ভিতৰতে কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে। কেইবাটাও ৰাজনৈতিক দলে এই বিষয়টোৰ বিৰোধিতা কৰি পৰিৱৰ্তনৰ দাবী জনাইছে।

GST rates on

• Diamonds : 1.5 %
• BMW i series : 05 %

GST Rates on

• Medicines : 5-18%
• Health Insurance : 18%

"Health insurance should be tax-free. No one would risk letting a mediocre person who scored 30% become a doctor."

— Dr. Rajeshwari Iyer (@RajeshwariRW) July 24, 2025

চৰকাৰী স্বাস্থ্য ব্যৱস্থাৰ অপৰ্যাপ্ততাৰ বাবে সাধাৰণ জনতাই ব্যক্তিগত স্বাস্থ্য ব্যৱস্থাৰ আশ্ৰয় ল’বলৈ বাধ্য হৈছে। কিন্তু ব্যক্তিগত চিকিৎসালয় আৰু নাৰ্চিং হোমত চিকিৎসা লাভ কৰাটো বহু মধ্যবিত্ত লোকৰ সামৰ্থ্যৰ বাহিৰত। এনে পৰিস্থিতিত স্বাস্থ্য বীমাৰ গুৰুত্ব বাঢ়িছে। কিন্তু অধিক কৰৰ বাবে স্বাস্থ্য বীমাৰ ব্যয় বৃদ্ধিক লৈ পুনৰ ক্ষোভ প্ৰকাশ কৰিছে নেটিজেনৰ এটা অংশই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd