• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2025 7:34 am
110
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্নধৰণৰ পৰিস্থিতিৰ বাবে আজি শিশুৰ আচৰণৰ বিভিন্ন পৰিৱৰ্তন ঘটিছে। বহু সময়ত ল’ৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ মুখৰ ওপৰতে কথা কয়, কঠোৰ ভাষাত উত্তৰ দিয়ে, বা যুক্তিৰে তৰ্কত লিপ্ত হয়। শিশুৱে নিজৰ চিন্তা আৰু অনুভৱ প্ৰকাশ কৰিব লাগে, কিন্তু অনিয়ন্ত্ৰিত আৰু অবাধ্য আচৰণ শিশুৰ ভৱিষ্যতৰ বাবে বিপদজনক হ’ব পাৰে।

শিশুৰ সঠিক মানসিক বিকাশৰ বাবে যিমানেই মৰমৰ প্ৰয়োজন হয়, সিমানেই প্ৰয়োজন সীমাবদ্ধতা আৰু অনুশাসন। গতিকে এনে পৰিস্থিতিত পিতৃ-মাতৃয়ে শিশুটিৰ মংগলৰ বাবে কিছু দৃঢ় পদক্ষেপ লোৱা উচিত।

Apply Now

শিশুটিয়ে সকলোৰে লগত ৰুঢ়ভাৱে কথা কৈছে, মৰমেৰে বা দাবী-ধমকেৰে চম্ভালিব পৰা নাই, শিশুটিয়ে বুজিব নিবিচাৰে। ভৱিষ্যতে ক্ষতিৰ ভয়ক লৈ চিন্তিত অভিভাৱকসকল। আচৰণ সলনি কৰিবলৈ অভিভাৱকসকলৰ বাবে কিছুমান পৰামৰ্শ আগবঢ়োৱা হ’ল।

তেন্তে পৰিস্থিতি চম্ভালিবলৈ কি কৰিব পাৰি?

১)  মাথা ঠাণ্ডা ৰাখক

যদি কোনো শিশু কাজিয়াত লিপ্ত হয়, তেন্তে খঙত শাস্তি দিয়াৰ আগতে ঠাণ্ডা মাথাৰে চিন্তা কৰক। দাবী-ধমক বা মাৰধৰ কৰিলে তেওঁৰ আত্মবিশ্বাস ভাঙিব পাৰে, আৰু তেওঁ অধিক বিদ্ৰোহী হ’ব পাৰে।

বৰঞ্চ শান্তভাৱে কথা পাতক, তেওঁৰ চকুলৈ চাই তেওঁক বুজাওক যে এনেকৈ কথা ক’লে আপুনি কষ্ট পায়, শান্তভাৱে কথা ক’লে সকলোৱে তেওঁৰ কথা শুনিব।

২) নিয়ম আৰু সীমা নিৰ্ধাৰণ কৰা

শিশুৱে যেতিয়া নাজানে যে কি আচৰণ গ্ৰহণযোগ্য, তেতিয়া তেওঁলোকে নিজৰ ধৰণে আচৰণ কৰে। গতিকে ঘৰতে স্পষ্ট নিয়ম ৰাখক – প্ৰাপ্তবয়স্কৰ লগত কেনেকৈ কথা পাতিব, কি আচৰণ গ্ৰহণযোগ্য নহয় ইত্যাদি এই নিয়মবোৰ গোটেই পৰিয়ালটোৰ উপস্থিতিত বুজাই দিয়ক, যাতে বিষয়টো সকলোৰে বাবে গুৰুত্বপূৰ্ণ হয়।

৩) সিহঁতৰ কথাবোৰ ভালদৰে শুনক

বহু সময়ত ল’ৰা-ছোৱালীক গুৰুত্ব নিদিলে বিদ্ৰোহী হৈ পৰে। আপোনাৰ সন্তানে কিয় ডাঙৰকৈ কথা পাতিছে, তাৰ আঁৰত কিবা চাপ বা কষ্ট আছে নেকি, সেইটো বুজিবলৈ চেষ্টা কৰক।

সুধিব, শিশুটিৰ কি সমস্যা, কিয় এনে আচৰণ কৰিছে। আপোনাৰ লগত মুকলিকৈ কথা পাতিলে ভাল সম্পৰ্ক গঢ় লৈ উঠিব। তেওঁ নিজকে নিৰাপদ অনুভৱ কৰিব আৰু ক্ৰমান্বয়ে খং নকৰাকৈ কথা কোৱাৰ অভ্যাস গঢ়ি তুলিব।

৪)ভাল আচৰণৰ বাবে প্ৰশংসা কৰক

যেতিয়া শিশুৱে সঠিকভাৱে কথা কয় বা ধৈৰ্য্য ধৰে, তেতিয়া কেৱল প্ৰশংসা কৰাই নহয়, প্ৰয়োজন হ’লে সৰু উপহাৰ এটাও দিব। ইয়াৰ দ্বাৰা তেওঁ ভাল আচৰণ কৰিবলৈ উৎসাহিত হ’ব। কৃতজ্ঞতা প্ৰকাশ কৰিলে শিশুটি মানসিকভাৱে শান্ত আৰু ভাল হ’ব আৰু তেওঁ বিষয়টোক অধিক গুৰুত্বসহকাৰে ল’ব।

৫) অনুশাসন

এবাৰ বুজাই দিলে যদি কাম নহয়, তেন্তে ধৈৰ্য্যৰে বাৰে বাৰে বুজাব লাগিব। আচৰণ সলনি হ’বলৈ সময় দিয়ক।

যদি তেতিয়াও আচৰণৰ উন্নতি নহয়, তেন্তে শিশু পৰামৰ্শদাতা বা মনোবিজ্ঞানীৰ পৰা সহায় লওক। কাৰণ হতাশা, উদ্বেগ, আত্মসন্মানৰ সংকট বা পৰিয়ালৰ হেঁচাত সমস্যা হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd