• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 19, 2025 5:15 pm
245
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত উদ্ধাৰ হৈছে মধ্যপ্ৰদেশৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট হোৱা অৰ্চনা তিৱাৰী। ২৯ বছৰীয়া দেৱানী ন্যায়াধীশ হোৱাৰ সপোন দেখা অৰ্চনা ইন্দোৰৰ পৰা কাটনীলৈ যোৱা ৰে’লত উঠিছিল।কিন্তু অৰ্চনা হঠাতে ট্ৰেইনৰ পৰা নিৰুদ্দিষ্ট হৈ পৰে। শেহতীয়াকৈ জানিব পৰা মতে গোৱালিয়ৰত কৰ্মৰত এজন কনিষ্টবলৰ সৈতে অৰ্চনাৰ নিয়মীয়া যোগাযোগ আছিল। যাৰ বাবে তেওঁকো সোধা-পোছা কৰা হৈছিল।

যদিও অৰ্চনাৰ অৱস্থাৰ বিষয়ে কোনেও মুকলিকৈ কোৱা নাই, তথাপিও যুৱতীগৰাকীৰ ভাতৃ দিব্যাংশু মিশ্ৰই সংবাদ মাধ্যমৰ আগত নিশ্চিত কৰে যে যুৱতীগৰাকী জীয়াই আছে। আৰক্ষীয়ে অতি সোনকালে সমগ্ৰ বিষয়টো ৰাজহুৱা কৰিব। ভোপাল ৰেলৱে সংমণ্ডলৰ আৰক্ষী অধীক্ষক ৰাহুল কুমাৰ লোধাই কয় যে তেওঁলোকে কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। অৱশ্যে এই সন্দৰ্ভত তেওঁ আৰু কোনো সবিশেষ নিদিলে। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, অৰ্চনাই মাতৃৰ সৈতে কথা পাতি স্পষ্টকৈ কয় যে তেওঁ ক’ত আছে। ইতিমধ্যে ৰে’ল আৰক্ষীৰ এটা দল যুৱতীগৰাকীক আনিবলৈ ওলাই গৈছে।

Apply Now

আইনৰ স্নাতক অৰ্চনা ইন্দোৰৰ ন্যায়াধীশ পদৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী যুৱতী।তেওঁ যোৱা ৭ আগষ্টত ইন্দোৰ-বিলাসপুৰ নৰ্মদা এক্সপ্ৰেছত যাত্ৰা কৰিছিল। নিশা ১০:১৫ বজাত যেতিয়া ৰেলখন ভোপাল পালে, শেষবাৰৰ বাবে মাকৰ লগত ফোনত কথা পাতিলে। তেতিয়াৰ পৰা অৰ্চনাক বিচাৰি পোৱা নাছিল। উমৰিয়া ষ্টেচনত আৰক্ষীয়ে তেওঁৰ বেগ উদ্ধাৰ কৰে। মোবাইলৰ স্থান অনুসৰি অৰ্চনাৰ শেষ স্থান আছিল ৰাণী কমলাপতি ষ্টেচন। ইটাৰছি ষ্টেচনৰ আগতে বহুদিন ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছিল ফোনটো। দীঘলীয়া ইণ্টাৰনেট কলৰ অন্তত ফোনটোৰ ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন হোৱা বুলি অনুমান কৰা হৈছে।

বিভিন্ন ষ্টেচনত প্ৰায় ৯৭টা কেমেৰাৰ ফুটেজ পৰীক্ষা কৰিছে আৰক্ষীয়ে। অৰ্চনাক উদ্ধাৰৰ বাবে নিয়োগ কৰা হৈছিল তিনিটা আৰক্ষীৰ দল। বুধনী আৰু বৰখেডাৰ গাতে লাগি থকা হাবি আৰু পাহাৰ পৰীক্ষা কৰিও আৰক্ষীয়ে যুৱতীগৰাকীৰ কোনো সন্ধান পোৱা নাছিল। স্নিফাৰ ডগ আৰু ড্ৰ’নৰ সহায় লোৱা হ’ল যদিও কোনো লাভ নহ’ল। অৱশ্যে অৱশেষত অৰ্চনাক বিচাৰি পোৱা বুলি কোৱা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd