• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2025 12:16 pm
86
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মমতা বেনাৰ্জীকে ধৰি বিৰোধীৰ দীৰ্ঘদিনীয়া হেঁচা্ত সমস্যৰ সমাধান হৈছে। জীৱন আৰু স্বাস্থ্য বীমা সম্পূৰ্ণ কৰমুক্ত হোৱাৰ পথত আগবাঢ়িছে। বীমা মন্ত্ৰী গোটে বীমাক কৰমুক্ত কৰাৰ প্ৰস্তাৱত সহমত পোষণ কৰিছে। এই সিদ্ধান্ত বুধবাৰে ঘোষণা কৰে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা বীমা মন্ত্ৰী গোটৰ আহ্বায়ক সম্ৰাট চৌধুৰীয়ে।

তৃণমূল কংগ্ৰেছে দীৰ্ঘদিন ধৰি বীমাৰ ওপৰত জি এছ টি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই আহিছে। দলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কেন্দ্ৰীয় বিত্তমন্ত্ৰীলৈ পত্ৰ লিখি এই দাবী জনাইছিল। পশ্চিম বংগৰ শাসকীয় দলটোৱেও সংসদৰ অধিৱেশনত এই বিষয়টো উত্থাপন কৰিছে। বিগত সময়ত পশ্চিম বংগৰ বিত্তমন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্যই জি এছ টি পৰিষদৰ বৈঠকত বীমাৰ ওপৰত জি এছ টি প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছিল। দেশৰ বাকী ৰাজ্যসমূহৰ বিত্তমন্ত্ৰীসকলেও জীৱন আৰু স্বাস্থ্য বীমাৰ জি এছ টি হ্ৰাস কৰাৰ পক্ষত আছে। বিৰোধীয়ে কয় যে, জীৱন আৰু স্বাস্থ্য বীমাৰ ১৮ শতাংশ জি এছ টিয়ে বীমা খণ্ড সংকুচিত কৰি তুলিছে। কিন্তু কেন্দ্রই এই পৰ্যন্ত সিদ্ধান্ত পলম কৰি আহিছে৷

Apply Now

স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত থিয় হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে অনাগত দিনত কৰ গাঁথনি আৰু অধিক সৰল কৰা হ’ব। দেশখনক সমৃদ্ধ কৰাৰ স্বাৰ্থত কৰ বোজা হ্ৰাস কৰিবলৈ প্ৰৱৰ্তন কৰা হ’ব নেক্সট জেনেৰেচন জি এছ টি। ইয়াৰ পাছত স্বাস্থ্য বীমাৰ পৰা জি এছ টি সম্পূৰ্ণৰূপে উলিয়াবলৈ কেন্দ্ৰই আগবাঢ়িছে। মন্ত্ৰী গোটৰ সিদ্ধান্ত কাৰ্যকৰী হ’লে জীৱন আৰু স্বাস্থ্য বীমা ১৮ৰ পৰা ০ শতাংশলৈ হ্ৰাস পাব। জি এছ টি পৰিষদৰ পৰৱৰ্তী বৈঠকত কাৰ্যকৰী হ’ব এই সিদ্ধান্ত। কিন্তু এই সুবিধাসমূহ সাধাৰণ নাগৰিকে প্ৰত্যক্ষভাৱে লাভ কৰিব নে নাই সেই সন্দৰ্ভত মন্ত্ৰী গোটৰ সদস্যসকলৰ মাজত সন্দেহৰ সৃষ্টি হৈছে। একাংশৰ মতে ইয়াৰ ফলত বীমাৰ প্ৰিমিয়ামো কমি নাযায়। বুধবাৰে মন্ত্ৰী গোটৰ বৈঠকত কেইবাজনো সদস্যই দাবী উত্থাপন কৰিছে যে কেৱল স্বাস্থ্য বীমাক কৰমুক্ত কৰাই নহয়, ইয়াৰ সুবিধা সাধাৰণ নাগৰিকৰ বাবেও নিশ্চিত কৰিব লাগে।

কেন্দ্ৰৰ এই সিদ্ধান্তক মমতা বেনাৰ্জীকে ধৰি বিৰোধী দলৰ বাবে এক জয় হিচাপে দেখা গৈছে। মমতাই দীৰ্ঘদিন ধৰি এই ‘জনবিৰোধী’ কৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই আহিছে। তৃণমূল নেতাগৰাকীয়ে জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ পৰা জি এছ টি উলিয়াব লাগে বুলি মন্তব্য কৰে। এইবোৰ সাধাৰণ মানুহৰ স্বাস্থ্যজনিত সমস্যাৰ লগত জড়িত। জি এছ টি বিষয়টো বেয়া কাৰণ ইয়াৰ ফলত জনসাধাৰণৰ মৌলিক প্ৰয়োজনীয়তাত বিৰূপ প্ৰভাৱ পৰে। মমতাৰ হেঁচাত কেন্দ্ৰটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd