• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৰিয়ামঘাটত অস্ত্ৰধাৰী নগা যুৱকৰ বিচৰণ : চিকাৰীৰ সন্দেহত ৪ জনক আটক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2025 4:24 pm
উৰিয়ামঘাটত অস্ত্ৰধাৰী নগা যুৱকৰ বিচৰণ : চিকাৰীৰ সন্দেহত ৪ জনক আটক
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত মধুপুৰৰ অসম বন বিভাগৰ অস্থায়ী শিবিৰত বৃহস্পতিবাৰে নিশা চাৰিজন নগা ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়।

মধুপুৰৰ সমীপত অসামৰিক সাজ-পোছাক পৰিধান কৰি হাতত চিকাৰৰ অস্ত্ৰ ৪ জন যুৱকক প্ৰথম অৱস্থাত এন এছ চি এনৰ কেডাৰ বুলি সন্দেহ কৰা হৈছিল।

পিছত জানিব পৰা যায় যে আটক কৰাসকলৰ তিনিজন নগা আৰক্ষী জোৱান আৰু এজন অসামৰিক নগা ব্যক্তি।

পৰৱৰ্তী সময়ত অসম আৰক্ষী, চি আৰ পি এফ, নগা আৰক্ষী বিষয়াৰ উপস্থিতিত, আৰু চি খণ্ডৰ ডি এ বিৰ কামাণ্ডাৰৰ সহায়ত পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে বিষয়টো সমাধান কৰা হয়। পিছত ধৃত ব্যক্তিকেইজনক অধিক ব্যৱস্থা গ্ৰহণৰ বাবে আই আৰ বি এনক গতাই দিয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাজাত দুৰ্ভিক্ষৰ ঘোষণা ৰষ্ট্ৰসংঘৰ! ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ হুংকাৰ “অস্ত্ৰ ত্যাগ নকৰিলে ধ্বংস হ’ব গাজা”

গাজাত দুৰ্ভিক্ষৰ ঘোষণা ৰষ্ট্ৰসংঘৰ! ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ হুংকাৰ “অস্ত্ৰ ত্যাগ নকৰিলে ধ্বংস হ’ব গাজা”

August 24, 2025 6:02 pm
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ! চিকিৎসকৰ লগতে প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱ ৰাজ্যৰ গ্ৰাম্য স্বাস্থ্যসেৱাত

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ! চিকিৎসকৰ লগতে প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱ ৰাজ্যৰ গ্ৰাম্য স্বাস্থ্যসেৱাত

August 24, 2025 5:28 pm
২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

August 24, 2025 4:06 pm
অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

August 24, 2025 3:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাজাত দুৰ্ভিক্ষৰ ঘোষণা ৰষ্ট্ৰসংঘৰ! ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ হুংকাৰ “অস্ত্ৰ ত্যাগ নকৰিলে ধ্বংস হ’ব গাজা”

গাজাত দুৰ্ভিক্ষৰ ঘোষণা ৰষ্ট্ৰসংঘৰ! ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ হুংকাৰ “অস্ত্ৰ ত্যাগ নকৰিলে ধ্বংস হ’ব গাজা”

August 24, 2025 6:02 pm
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ! চিকিৎসকৰ লগতে প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱ ৰাজ্যৰ গ্ৰাম্য স্বাস্থ্যসেৱাত

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ! চিকিৎসকৰ লগতে প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱ ৰাজ্যৰ গ্ৰাম্য স্বাস্থ্যসেৱাত

August 24, 2025 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd