• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জামাত-ই-ইছলামী আৰু ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2025 12:36 pm
জামাত-ই-ইছলামী আৰু  ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰ চৰকাৰে জামাত-ই-ইছলামী আৰু ইয়াৰ সংযুক্ত সংস্থা ফালাহ-ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব ল’বলৈ সিদ্ধান্ত লৈছে।শিক্ষা বিভাগে যোৱা ২২ আগষ্টত জাৰি কৰা এক নিৰ্দেশত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ সুৰক্ষা আৰু আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

নতুন নিৰ্দেশ অনুসৰি এতিয়া জিলা দণ্ডাধীশ আৰু উপায়ুক্তই এই বিদ্যালয়সমূহৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰি নতুন পৰিচালনা সমিতি গঠন কৰিব।গৃহ মন্ত্ৰালয়ে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত আৰু তাৰ পিছত ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত জম্মু-কাশ্মীৰৰ জামাত-ই-ইছলামীক অবৈধ সংগঠন হিচাপে ঘোষণা কৰিছিল।

পিটিআইৰ তথ্য অনুসৰি এই বিদ্যালয়সমূহৰ বৰ্তমানৰ পৰিচালন সমিতিসমূহৰ বৈধতাৰ ম্যাদ উকলি গৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে নেতিবাচক প্ৰতিবেদন ওলাইছে। এই ভিত্তিত চৰকাৰে সকলো বিদ্যালয়ৰ দায়িত্ব জিলা প্ৰশাসনৰ হাতত অৰ্পণ কৰিছে।

আদেশত কোৱা হৈছে যে বিদ্যালয় শিক্ষা বিভাগৰ সৈতে সমন্বয় সাধন কৰি ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা যাতে ব্যাহত নহয় আৰু শিক্ষাৰ মান নতুন শিক্ষা নীতি অনুযায়ী হৈ থাকে।

শিক্ষা বিভাগৰ সম্পাদক ৰাম নিৱাস শৰ্মাই কয়, “এই পদক্ষেপ কেৱল ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সুৰক্ষা আৰু মংগলৰ বাবেহে গ্ৰহণ কৰা হৈছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জামাত-ই-ইছলামী আৰু  ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

জামাত-ই-ইছলামী আৰু ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

August 23, 2025 12:36 pm
ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

August 23, 2025 11:29 am
জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জামাত-ই-ইছলামী আৰু  ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

জামাত-ই-ইছলামী আৰু ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

August 23, 2025 12:36 pm
ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

August 23, 2025 11:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd