• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2025 10:50 am
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতাৰ ৭৮ বছৰ পাৰ হৈ গ’ল। তাৰ পূৰ্বেই দলিত সকলে নাপিতৰ ওচৰলৈ গৈ চুলি কটাত নিষেধাজ্ঞা আৰোপ কৰিছিল উচ্চ বৰ্ণৰ লোকসকলে। কিন্তু এতিয়াও শেষ নহ’ল সেই কুপ্ৰথা।

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ কিছুদিন পূৰ্বে ২৪ বছৰীয়া এজন দলি যুৱকে সেই অন্যায় প্ৰথা ভংগ কৰে। দলিত যুৱকৰ নাম কীৰ্তি চৌহান। গোপনে বা আন এখন গাঁৱৰ চেলুনত নহয়, যোৱা ৭ আগষ্টত যুৱকজনে নিজৰ গাঁৱৰে নাপিতৰ চেলুনত গৈ চুলি কটালে।

Apply Now

গুজৰাটৰ আলৱাৰা নামৰ এখন দুৰ্গম গাঁৱত সংঘটিত হৈছে এই ঘটনা।

গাঁওখনত প্ৰায় ৬৫০০ জন লোকে বাস কৰে। ইয়াৰে কমেও ২৫০ জন দলিত লোক। এতিয়ালৈকে দলিতসকলে চুলি বা দাড়ি কাটিবলৈ আন এখন গাঁৱলৈ খোজ কাঢ়ি যাবলগীয়া হৈছিল। উচ্চ জাতিৰহে নাপিতৰ দ্বাৰা চুলি কটাৰ অধিকাৰ আছে। সেই পৰম্পৰা ভংগ কৰিলে দলিত যুৱক কীৰ্তি চৌহানে।

কিন্তু কোন এই কীৰ্তি চৌহান? পেছাত কৃষি শ্ৰমিক কীৰ্তিয়ে সৰুৰে পৰাই বৈষম্য দেখি আহিছে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি গাঁৱৰ কোনো নাপিতে দলিতৰ চুলি বা দাড়ি কাটিব পৰা নাই। সেই অধিকাৰ কেৱল উচ্চ বৰ্ণৰ লোকৰহে আছে। চুলি কাটিবলৈ সুদূৰ গাঁৱলৈ গ’লেও জাতি লুকুৱাই ৰাখিব লাগে। কিন্তু হঠাতে কীৰ্তিয়ে গাঁৱৰ চেলুনত চুলি কটাবলৈ সিদ্ধান্ত লয়।

কীৰ্তিৰ এই যুঁজত সংগ দিলে এগৰাকী সমাজকৰ্মী চেতন দাবিয়ে। উচ্চ বৰ্ণৰ লোকৰ এই অন্যায় নীতি আৰু দলিতৰ সাংবিধানিক অধিকাৰ বঞ্চিত কৰাৰ বিষয়ে চেতনে মানুহক সজাগ কৰিবলৈ আৰম্ভ কৰিলে। পিছত আৰক্ষী আৰু জিলা প্ৰশাসনেও তেওঁলোকৰ কাষত থিয় দিলে। এই বিষয়ত গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ সৈতেও আলোচনা কৰা হয়। শেষত এই যুঁজত উচ্চ বৰ্ণৰ লোক পৰাস্ত হ’ল।

এনে অসম্ভৱ কাম সম্ভৱ কৰি তোলা কীৰ্তিয়ে কয় যে স্বাধীনতাৰ আনন্দ সেইদিনাহে তেওঁ অনুভৱ কৰিছিল। গাঁওখনৰ আন দলিতসকলে কয় যে আলৱাৰাত এই নিয়ম বহুদিনৰ পৰা চলি আহিছে। স্বাধীনতাৰ আগতে তেওঁলোকৰ পূৰ্বপুৰুষসকলো এই বৈষম্যৰ বলি হৈছিল। অৱশেষত অন্ত পৰিল এই অন্যায় আৰু বৈষম্যৰ যুগ। এই যুঁজৰ পৰাই আন এক সংগ্ৰামৰ উৎস বিচাৰি পাইছে আলৱাৰাৰ দলিতসকলে। এতিয়াও যিকোনো সকাম-নিকামলৈ গ’লে দলিত সকল পৃথকে বহিবলৈ বাধ্য হয়। দলিতসকলে সপোন দেখিছে যে এই বিভাজনো এদিন সমাধান হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd