• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাইতি পেগুৰ ধৰ্ষণ, হত্যাৰ প্ৰতিবাদত উত্তাল বোকাখাত : ১০ দিনৰ ভিতৰত প্ৰতিৱেদন দাখিলৰ নিৰ্দেশ আৰক্ষীক

উত্তম শইকীয়া by উত্তম শইকীয়া
June 7, 2018 7:26 pm
bokakhat protest
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৬ জুনত সংঘৰ্টিত মাইতি পেগুৰ ৰোমহৰ্ষক হত্যাকাণ্ডৰ পাচত জীপাল কৃষক শ্ৰমিক সংঘ, টি এম পি কে,  এম এম কে আৰু কনকলতা মহিলা সমিতিয়ে সংঘবদ্ধভাৱে আৰম্ভ কৰে এক গণ ধৰ্ণা কাৰ্যসূচী৷ আজি বোকাখাতৰ পলাশগুৰিত সমুহ সংগঠনে সমবেতভাৱে গণ ধৰ্ণা কাৰ্যসুচী পালন কৰি পৰিবেশ উত্তাল কৰি তোলে। মাইতি দলেৰ হত্যাকাণ্ডৰ তদন্তৰ ভাৰ এক স্বতন্ত্ৰ তদন্ত আয়োগক হাতত দিয়াৰ বাবে দাবী উত্থাপন কৰাৰ উপৰিও নিজৰ সমষ্টিত নাৰীক সুৰক্ষা প্ৰদান কৰাৰ বাবে কেবিনেট মন্ত্ৰী অতুল বৰাক দাবী জনাই বোকাখাতৰ পলাশগুৰিত ধৰ্ণা দিয়ে সংগঠন কেইটাই৷

উল্লেখ্য যে ধৰ্ষণৰ পাচত ডিঙি কাটি হত্যা কৰি বোকাখাতৰ আনন্দপুৰ চাহ বাগিচাত পেলাই থৈ যোৱা হৈছিল মাইতি পেগুক। মৰণোত্তৰ পৰীক্ষাৰ পাচত বোকাখাত থানালৈ অনা মাইতি পেগুৰ মৃতদেহ চমজি নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিয়ালৰ লোকে৷

Apply Now

প্ৰতিবাদী সংগঠনসমূহে অপৰাধীক আটক কৰিব নোৱাৰা পৰ্যন্ত  মৃতদেহ চমজি নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি পুৱাৰে পৰা আবেলিলৈকে এটা উত্তাল প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

ইয়াকে লৈ সমস্যাত পৰে বোকাখাতৰ আৰক্ষী আৰু অসামৰিক প্ৰশাসন৷

bokakhat protest2

ইফালে বোকাখাতৰ এই ঘৃণ্য হত্যাকাণ্ডৰ প্ৰতিবাদত বোকাখাতৰ জিপাল নামৰ সংগঠনৰ লগতে মিচিং ছাত্ৰ সন্থা,  এম এম কে,  কনকলতা মহিলা সমিতি, আশা কৰ্মী সন্থা আৰু বোকাখাত মহকুমা অবিবাহিতা মহিলা সন্থাই পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰি দোষীক শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবী তোলে৷ আবেলি গোলাঘাটৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা উপস্থিত হৈ প্ৰতিবাদকাৰী সকলৰ সৈতে পলাশগুৰিৰ প্ৰতিবাদ স্থলীত আলোচনাত মিলিত হয়৷ প্ৰতিবাদকাৰী সকলৰ দাবীৰ আধাৰতে মাইতি পেগুৰ হত্যাৰ অনুসন্ধানৰ দায়িত্ব গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ হাতত অৰ্পণ কৰি ১০ দিনৰ ভিতৰত অনুসন্ধান কৰি ইয়াৰ সবিশেষ প্ৰতিৱেদন দাখিল কৰাৰ বাবে উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে৷ ইয়াৰ অন্যথাই তদন্তৰ দায়িত্ব চোৰাংচোৱা সন্থাক দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

মৃত মাইতি পেগুৰ মানসিক ৰোগী স্বামীৰ চিকিৎসাৰ দায়িত্বৰ লগতে মৃত মুনু ডেকাৰ মাতৃৰ চিকিৎসাৰ দায়িত্বও প্ৰশাসনে গ্ৰহণ কৰে। ইয়াৰ উপৰিও অলপতে বোকাখাতৰ কল্যাণ আশ্ৰমৰ চৌহদত ৰহস্যজনক ভাৱে মৃত্যুক আকোঁৱালি লোৱা নমিতা দলেৰ মৃত্যুৰ তদন্তও চোৰাংচোৱা সন্থাৰ হাতত প্ৰদান কৰাৰ কথা ঘোষণা কৰে উপায়ুক্ত গৌৰৱ বোথ্ৰাই৷

ইয়াৰ পাচতেই প্ৰতিবাদী সংগঠন আৰু উপস্থিত জনতাই ধৰ্ণা কাৰ্যসুচী প্ৰত্যাহাৰ কৰে আৰু মাইতি পেগুৰ পৰিয়ালেও মৃতদেহ চমজি লয়৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd