• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আইন-শৃংখলাক লৈ প্ৰশ্ন উত্থাপন, হাউলীত আৰক্ষীৰ বিৰুদ্ধে আন্দোলনৰ পথলৈ ৰাইজ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 7, 2018 9:38 pm
COVID-19 positive cases reach 196 in Assam Police

প্ৰতিনিধিত্বমূলক চিত্ৰ

102
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত দাবালীয়াপাৰাৰ মাছ ব্যৱসায়ী জাহিদুল ইছলাম নিৰুদ্দেশ হোৱাৰ এসপ্তাহ উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব নোৱৰাত আৰক্ষীৰ অমনোযোগিতাৰ বিৰুদ্ধে আন্দোলনৰ পথ লোৱাৰ সকীয়নি দিছে স্থানীয় ৰাইজে।

নিৰুদ্দিষ্ট ব্যৱসায়ীজন

হাউলী থানাৰ ভূমিকাত অসন্তুষ্ট হৈ যুৱকজনৰ সন্ধান বিচাৰি পৰিয়াল আৰু অঞ্চলবাসীয়ে ৬ জুনত বৰপেটা আৰক্ষী অধীক্ষকক এক লিখিত অভিযোগো দাখিল কৰিছে।

উল্লেখযোগ্য যে যোৱা ৫ দিন ধৰি নিৰুদ্দেশ হৈ থকা হাউলীৰে আজাহাৰ আলী নামৰ এজন লোকৰ মৃতদেহো আজি ৭ জুনত উদ্ধাৰ হৈছে।

ঘটনাটো সন্দৰ্ভত হাউলী থানাত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে ধুবুৰী জিলাৰ নিত্য বজাৰৰ এজন দুধৰ্ষ ডকাইতক কৰায়ত্ত কৰিছে যদিও যুৱকজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।

অভিযোগ অনুসৰি দাবালীয়াপাৰাৰ আব্দুল মান্নানৰ পুত্ৰ জাহিদুল ইছলামে যোৱা  ৩০ মে’ৰ সন্ধিয়া প্ৰায় ৬-৩০ বজাত কদমগুৰি চকত ইফতাৰ কৰি দাবালীয়াপাৰা গাঁৱৰ আমিৰ হামজাইৰ সৈতে হাউলীলৈ যায়। হাউলী টাউনৰ বজাৰ মছজিদৰ সন্মুখত জাহিদুল আৰু আমিৰক ৰাইজে দেখা পাইছিল।

সন্ধিয়া প্ৰায় ৭-৪০ বজাত জাহিদুলে পত্নীৰ সৈতে ফোনযোগে কথা পতাৰ পিছৰ পৰাই জাহিদুল সন্ধানহীন হৈ আছে।

নিৰুদ্দিষ্ট ক্ষুদ্ৰ ব্যৱসায়ী জাহিদুল ইছলাম কণ কণ দুটি শিশুৰ পিতৃ।

Recent News

হিমাচল উচ্চ ন্যায়ালয়ৰ হঠকাৰী সিদ্ধান্ত! ফলেৰে ভৰপূৰ ৩ হাজাৰৰো অধিক আপেল গছ কাটি পেলোৱাৰ নিৰ্দেশ

হিমাচল উচ্চ ন্যায়ালয়ৰ হঠকাৰী সিদ্ধান্ত! ফলেৰে ভৰপূৰ ৩ হাজাৰৰো অধিক আপেল গছ কাটি পেলোৱাৰ নিৰ্দেশ

জেলিপি-চিঙৰাতো চিগাৰেটৰ দৰে বিধিসন্মত সতৰ্কবাণী! কিয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই সিদ্ধান্ত?

জেলিপি-চিঙৰাতো চিগাৰেটৰ দৰে বিধিসন্মত সতৰ্কবাণী! কিয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই সিদ্ধান্ত?

ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd