• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইতিবাচক জিনপিং-মোডীৰ বৈঠক! মোদীয়ে ক’লে, ‘পাৰস্পৰিক বিশ্বাসেৰেই আগবাঢ়িব সম্পৰ্ক’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2025 11:30 am
ইতিবাচক জিনপিং-মোডীৰ বৈঠক! মোদীয়ে ক’লে, ‘পাৰস্পৰিক বিশ্বাসেৰেই আগবাঢ়িব সম্পৰ্ক’
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে পুৱা এছচিঅ’ৰ বৈঠকৰ পূৰ্বে বহু চৰ্চিত ভাৰত-চীন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। চীনৰ বন্দৰ চহৰ টিয়ানজিনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙ বৈঠকত মিলিত হয়।

জানিব পৰা মতে, বৈঠকত দক্ষিণ এছিয়াৰ দুই গুৰুত্বপূৰ্ণ শক্তিৰ মাজত সীমান্ত আৰু অৰ্থনীতিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। বৈঠকৰ অন্তত মোদীয়ে সংবাদমেল অনুষ্ঠিত কৰে। আলোচনাৰ অন্তত দুয়োপক্ষই নিজৰ সম্পৰ্কক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি দিছে বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয়, “যোৱা বছৰ কাজানত আমাৰ মাজত অতি ফলপ্ৰসূ আলোচনা হৈছিল যিয়ে আমাৰ সম্পৰ্কক ইতিবাচক দিশত আগুৱাই লৈ গৈছে। সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰৰ পিছত শান্তি আৰু স্থিতিশীলতাৰ পৰিৱেশৰ সৃষ্টি হৈছে।”

মোদীয়ে লগতে কয়, ‘সীমান্ত বিষয়ত আমাৰ বিশেষ প্ৰতিনিধিৰ মাজত এক চুক্তি হৈছে। কৈলাশ মানসৰোৱৰ যাত্ৰা পুনৰ আৰম্ভ হৈছে। দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱাও পুনৰ আৰম্ভ হৈছে। আমাৰ সহযোগিতাৰ সৈতে দুয়োখন দেশৰ ২৮০ কোটি জনসাধাৰণৰ স্বাৰ্থ জড়িত হৈ আছে। ইয়াৰ ফলত সমগ্ৰ মানৱতাৰ কল্যাণৰ বাট মুকলি হ’ব। পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সংবেদনশীলতাৰ ভিত্তিত আমাৰ সম্পৰ্কক আগুৱাই নিয়াৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।”

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে চীনক এছচিঅ’ত সফল অধ্যক্ষতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। চীন ভ্ৰমণলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আৰু দ্বিপাক্ষিক বৈঠকৰ বাবেও তেওঁ জিনপিঙক ধন্যবাদ জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পি এইচ ডি-ৰ নামভৰ্তিত সংৰক্ষণৰ নিয়ম উলংঘা! জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্যৰ বিৰুদ্ধে জাননী

পি এইচ ডি-ৰ নামভৰ্তিত সংৰক্ষণৰ নিয়ম উলংঘা! জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্যৰ বিৰুদ্ধে জাননী

September 4, 2025 7:52 am
সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

September 4, 2025 6:30 am
শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

September 3, 2025 9:30 pm
নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পি এইচ ডি-ৰ নামভৰ্তিত সংৰক্ষণৰ নিয়ম উলংঘা! জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্যৰ বিৰুদ্ধে জাননী

পি এইচ ডি-ৰ নামভৰ্তিত সংৰক্ষণৰ নিয়ম উলংঘা! জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্যৰ বিৰুদ্ধে জাননী

September 4, 2025 7:52 am
সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

September 4, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd